• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিগবৈত কয়লা পৰিবাহী ট্ৰাকত ধনদাবী কৰি গ্ৰেপ্তাৰ হ’ল জাতীয় সংগঠনৰ নেতা

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
November 10, 2019 12:02 pm
ধৃত বিপ্লৱ গগৈ আৰু বিশাল দে'

ধৃত বিপ্লৱ গগৈ আৰু বিশাল দে'

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ কয়লা চিণ্ডিকটকলৈ ৰাজ্যৰ ৰাজনীতি গৰম হৈ থকাৰ সময়তে জাতীয় সংগঠনৰ নেতাই কয়লা গাড়ীৰ পৰা ধনদাবী কৰি গ্ৰেপ্তাৰ হ’ব লগা হোৱা খবৰে তিনিচুকীয়া জিলাত চাঞ্চল্যৰ সৃষ্টি হৈছে।

জিলাখনৰ ডিগবৈৰ বৰবিল এলেকাত কয়লা পৰিবাহী ট্ৰাক ৰখাই ধন দাবী কৰাৰ অভিযোগত স্থানীয় আৰক্ষীয়ে কালি নিশা ‘জাতীয়’ সংগঠনৰ দুজনকৈ নেতাক আটক কৰি আজি জে’ললৈ প্ৰেৰণ কৰে।

ধৃত যুৱক দুজনক ‘আহোম সেনা’ৰ বিপ্লৱ গগৈ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য বিশাল দে’ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ এক সূত্ৰ মতে উক্ত যুৱক দুজনে একাংশ সতীৰ্থসহ যোৱা শুকুৰবাৰে নিশা প্ৰায় ১১ বজাত ডিগবৈৰ বৰবিলত চোৰাং কয়লা সৰবৰাহ কৰাৰ সন্দেহত ৫খন ট্ৰেলাৰ আগভেতি ধৰিছিল।

যুৱকৰ দলটোৱে ট্ৰেলাৰ কেইখনৰ পৰা বৃহৎ অংকৰ ধন দাবী কৰাৰ লগতে লুটপাত চলাই ড্ৰাইভাৰ হেণ্ডিমেনক প্ৰহাৰ কৰাৰ অভিযোগ তুলি কয়লা ব্যৱসায়ী পক্ষই ডিগবৈ আৰক্ষীক দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে শনিবাৰে বিপ্লৱ গগৈ আৰু বিশাল দে’ক আটক কৰে।

জানিব পৰা মতে, তেওঁ‌লোকে ধন দাবী কৰা কয়লা ভৰ্টি ট্ৰেলাৰকেইখন যোৱা ১৬ অক্টোবৰত যুৱ কংগ্ৰেছৰ এটা দলে ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত বগাপানীস্থিত নিৰুপমা পেট্ৰল ডিপুৰ পৰা জব্দ কৰি আৰক্ষীক গতাই দিছিল।

গাড়ীকেইখনৰ নম্বৰ হৈছে পি বি-০৫-এ এল-৫৯৬৭, পি বি-০৫-এ এল-৬৪৫৮, পি বি-০৫-এ কে-৩৩১৩, পি বি-০৫-এ এল-৬৫৫৮ আৰু পি বি-০৫-এ এল-৮৮২৫।  আৰক্ষীয়ে গাড়ীকেইখন জব্দ  ডিগবৈ থানাত ৰাখিছিল যদিও বিষয়টো আদালতৰ বিচাৰধীন হৈ আছিল আৰু আদালতৰ নিৰ্দেশমৰ্মে শুকুৰবাৰে আৰক্ষীয়ে নিশা গাড়ীকেইখন এৰি দিয়ে।

কিন্তু উক্ত যুৱকৰ দলটোৱে গাড়ীকেইখন ৰখাই ধন দাবী কৰে। নিশাই চন্দন কলিতা নামৰ লোকজনে দাখিল কৰা এজাহাৰৰ ভিত্তিত  ডিগবৈ আৰক্ষীয়ে ৩০৪/১৯  নম্বৰত এক গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ৩৯ ধাৰাত বিপ্লৱ গগৈ আৰু বিশাল দে’ক আটক কৰি আজি মাৰ্ঘেৰিটা ন্যায়িক আদালতত দুয়োকে হাজিৰ কৰাই জে’ললৈ প্ৰেৰণ কৰে। উল্লেখ যে ধৃত বিপ্লৱ গগৈৰ পৃতি এজন আৰক্ষী বিষয়া।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd