• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাত আৰণ্যকৰ উদ্যোগত বতৰ, জলবায়ু আৰু জীৱন সম্পৰ্কত বিশেষ কৰ্মশালা

উত্তম শইকীয়া by উত্তম শইকীয়া
February 27, 2019 10:15 am
Orientation workshop

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙাৰ দক্ষিণ সীমাতে লাগি থকা কাৰ্বি আংলং জিলাৰ কঁহৰাত বতৰ, জলবায়ু আৰু জীৱন শীর্ষক এক কর্মশালা ২৬ ফেব্ৰুৱাৰিত অনুষ্ঠিত হয়। বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন আৰণ্যক আৰু কঁহৰা চন্দ্র সিং ৰংপি মেম’ৰিয়েল উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত তথা অসম বিজ্ঞান প্রযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ সহযোগিতাত দিনজোৰা কাৰ্যসূচীৰে চন্দ্র সিং ৰংপি মেম’ৰিয়েল উচ্চ মাধ্যমিক বিদ্যালয়ত এই বিশেষ কৰ্মশালা অনুষ্ঠিত হয়।

কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি স্বপন নাথে আঁত ধৰা কৰ্মশালাত চন্দ্র সিং ৰংপি মেম’ৰিয়য়েল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রধান শিক্ষয়িত্রী দীপা গগৈয়ে আনুষ্ঠানিকভাৱে কৰ্মশালা খন উদ্বোধন কৰে। 

আৰণ্যকৰ পৰিৱেশ শিক্ষা আৰু সক্ষমতা বৃদ্ধি বিভাগৰ বিষয়া জয়ন্ত কুমাৰ পাঠকে উদ্দেশ্যে ব্যাখ্যা কৰা কৰ্মশালাত সমল ব্যক্তি জয়ন্ত কুমাৰ শৰ্মা, ৰিতুপর্ণা ভট্টাচার্য আৰু চালংজিয়ন তেৰণে সচিত্ৰৰ উপস্থাপনেৰে অতি সহজ ভাষাত ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজিব পৰাকৈ বতৰ, জলবায়ু আৰু জীৱন সম্পর্কে বক্তব্য আগবঢ়ায়।

কৰ্মশালাত কাৰ্বি আংলং জিলাৰ ৰংতাৰা ইংলেপথাৰ, হেমাই লেকথে, জিলাঙচকে আদি কৰি কেইবাখনো গাঁৱৰ পুৰুষ- মহিলাৰ লগতে বহু সংখ্যক ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰিছিল। কার্বি পাহাৰৰ পৰা নামি অহা কঁহৰা নদীৰ পৰিৱৰ্তন, বৰষুণৰ পৰিমাণ হ্রাস হোৱা, পাহাৰৰ ভবিষ্যৎ, জলবায়ু পৰিৱৰ্তন, অঞ্চলটিৰ ৰাইজ আৰু বিশেষকৈ পােহনীয়া জন্তুবােৰে সন্মুখীন হৈ থকা বিভিন্ন সমস্যা আদিৰ বিষয়ে সমল ব্যক্তি সকলৰ সৈতে স্থানীয় ৰাইজে আলোচনা কৰে।

জলবায়ু পৰিৱৰ্তনৰ ফলত অঞ্চলটোৰ ৰাইজৰ কৃষি কর্মত দেখা দিয়া সমস্যা সন্দৰ্ভতো আলোচনা কৰা হয়। উল্লেখযোগ্য যে কাজিৰঙাৰ বনভােজস্থলী সমূহত পেলাই থৈ যোৱা খাদ্যৰ অৱশিষ্ট তথা প্লাষ্টিকে নদীৰ পানী প্ৰদূষিত কৰাটো কেনেকৈ প্রতিৰোধ কৰিব পাৰি সেই সম্পৰ্কেও কর্মশালাত আলােচনা কৰা হয়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd