• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Oukitel WP19: এবাৰ চাৰ্জত চলিব ৯৪ দিন! 21000 mAh বেটাৰিৰ স্মাৰ্টফোন; চাওক ইয়াৰ দাম আৰু ফিচাৰ্ছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2022 2:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিকূল পৰিস্থিতিতো ব্যৱহাৰৰ কৰিব পৰাকৈ বজাৰলৈ আহিছে এই নতুন স্মাৰ্টফোনটো। মুকলি কৰা হৈছে Oukitel WP19। এই ফোনটোত MIL-STD-810G  মিলিটাৰী-গ্ৰেড ডিজাইন আছে। শক্তিশালী নিৰ্মাণ মানদণ্ডৰ সৈতে এই ফোনটোৰ মুখ্য আকৰ্ষণ হৈছে 21000 mAh বেটাৰী। Oukitel-য়ে দাবী কৰিছে যে এই ফোনটোত এবাৰ চাৰ্জত ৩৬ ঘণ্টাৰ ভিডিঅ’ প্লে বেক কৰিব পাৰিব।

ফোনটো এবাৰ চাৰ্জ কৰিলেই সপ্তাহৰ পিছত সপ্তাহ ধৰি ব্যৱহাৰ কৰিব পৰা যাব। Oukitel WP19 ত এটা MediaTek Helio G95 চিপছেট থাকিব। ইয়াৰ আছে জল-প্ৰতিৰোধী IP68 আৰু IP69K ৰেটিং আছে। Oukitel ৰ নতুন ফোনটোত 90 Hz ৰিফ্ৰেছ ৰেট ডিচপ্লে আৰু 256 GB ষ্টোৰেজ আগবঢ়াইছে। ফোনটোৰ পিছফালে এটা 64 MP মেগাপিক্সেল কেমেৰা আছে।

এই ফোনটো জনপ্ৰিয় ই-কমাৰ্চ ৱেবছাইট আলিএক্সপ্ৰেছৰ পৰা ক্ৰয় কৰিব পাৰিব। Oukitel WP19 ৰ মূল্য ৪৮,১৮৪ টকা। এই ফোনটো 8 GB RAM + 256 GB  ষ্ট’ৰেজত উপলব্ধ হ’ব। এই স্মাৰ্টফোনটো ক’লা ৰঙত পোৱা যাব।

Oukitel WP19 ৰ স্পেচিফিকেচনসমূহ কি? ডুৱেল-চিম Oukitel WP19 ফোনত Android 12 অপাৰেটিং চিষ্টেম চলিব। ফোনটোত 6.78 ইঞ্চিৰ FHD+ ডিচপ্লে আছে। এই ডিচপ্লেত 90Hz ৰিফ্ৰেছ ৰেট পোৱা যাব। এই ফোনটো MediaTek Helio G95 অক্টা-কোৰ চিপছেটৰ দ্বাৰা চালিত হ’ব। লগতে আছে 8 GB RAM আৰু 256 GB ষ্টোৰেজ।

ফটো আৰু ভিডিঅ’ লোৱাৰ বাবে Oukitel WP19 ৰ পিছফালে তিনিটা কেমেৰা আছে। প্ৰাথমিক কেমেৰাটোত এটা 64 MP চেন্সৰ আছে। চেমচাঙে প্ৰস্তুত কৰা এই চেন্সৰত f/1.79 এপাৰচাৰ আছে। তদুপৰি, 20 MP Sony  নাইট ভিজন চেন্সৰ আৰু এটা 2 MP মেক্ৰো চেন্সৰ ব্যৱহাৰ কৰে। চেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে এটা 16 MP কেমেৰা আছে।

কানেক্টিভিটিৰ বাবে ফোনটোত 4G, Bluetooth v5, GPS, 3.5mm  অডিঅ’ জেক, GPS, OTG, NFC, BeiDou, GLONASS, GALILEO আৰু এটা USB Type-C পোৰ্ট আছে। অৱশ্যে, কোনো 5G ছাপোৰ্ট নাই। এই ফোনটোত বায়োমেট্ৰিক অথেন্টিকেশ্যনৰ বাবে এটা ফিংগাৰপ্ৰিণ্ট চেন্সৰ আছে।

Feeling Safe with #OukitelWP19 Rugged Smartphone Outdoors
Explore More exciting features: https://t.co/aemHie5RN1#OukitelWP19 #RuggedSmartphone #outdoors #adventure pic.twitter.com/v9JXl7Sosh

— OUKITEL (@oukitelmobile) June 2, 2022

Oukitel WP19 ৰ মুখ্য আকৰ্ষণ হৈছে ইয়াৰ বেটাৰি। ফোনটোত আছে 21000 mAh বেটাৰি। এই ফোনটোত ২২৫২ ঘণ্টাৰ ষ্টেণ্ড বাই বেক আপ পোৱা যাব। অৰ্থাৎ এবাৰ চাৰ্জ কৰাৰ পিছত এই ফোনটো ৯৪ দিনলৈকে চলিব। ইয়াত ১২২ ঘণ্টাৰ টকটাইম, ১২৩ ঘণ্টাৰ মিউজিক প্লেবেক আৰু ৩৬ ঘণ্টাৰ ভিডিঅ’ প্লেবেক ছাপোৰ্ট আছে। ইয়াত লগতে আছে 27W ফাষ্ট চাৰ্জ ছাপোৰ্ট। এই ফোনটোৰ বেটাৰি সম্পূৰ্ণ চাৰ্জ হ’বলৈ ৪ ঘণ্টা সময় লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd