• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সমগ্ৰ বিশ্বত কোভিড-১৯ সংক্ৰমিত লোকৰ সংখ্যা ১ কোটি অতিক্ৰম; মৃত্যুৰ সংখ্যা ৫ লাখ অতিক্ৰম

এন ই নাও নিউজ by এন ই নাও নিউজ
June 29, 2020 4:42 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1.7k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যাই দেওবাৰে এক কোটিৰ সীমা অতিক্ৰম কৰিছে।

কোভিড-১৯ৰ সংক্ৰমণৰ ফলত এতিয়ালৈ বিশ্বৰ বিভিন্ন দেশত পাঁচ লাখতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে।

বিশ্ব স্বাস্থ্য সংস্থাই উল্লেখ কৰা মতে, বিশ্বত শেহতীয়াভাৱে মাত্ৰ ছয় দিনৰ ভিতৰতে নতুনকৈ ১০ লাখ লোক কোভিড-১৯ৰ দ্বাৰা সংক্ৰমিত হৈছে।

সমগ্ৰ বিশ্বৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰ ক’ৰ’না ভাইৰাছৰ দ্বাৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰত এতিয়ালৈ ২৫,৪৮,৯৯৬ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে ১,২৫,৮০৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছতে বৰ্তমানলৈ ব্ৰাজিল সৰ্বাধিক কোভিড-১৯ৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

ব্ৰাজিলত এতিয়ালৈ ১৩,৪৪,৪১৩ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে।

আনহাতে, ভাৰতে কোভিড-১৯ৰ সংক্ৰমণৰ সংখ্যাৰ ফালৰ পৰা চতুৰ্থ স্থানত আছে।

ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে উল্লেখ কৰা অনুসৰি সোমবাৰে ভাৰতত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৫,৪৮,৩১৮ গৰাকীলৈ বৃদ্ধি পাইছে।

ভাৰতত বৰ্তমানলৈ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত ১৬,৪৭৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে মুঠ ৩,২১,৭২২ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd