• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰ্থিক সংকটত পাকিস্তান ক্ৰিকেট বৰ্ড! ৯০% হ্ৰাস কৰিলে খেলুৱৈৰ পাৰিশ্ৰামিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 18, 2025 8:22 am
291
VIEWS
Share on FacebookShare on Twitter

সুদীৰ্ঘ সময়ৰ অন্তত পাকিস্তানত অনুষ্ঠিত হৈছিল চেম্পিয়নছ ট্ৰফী। ২০১৭ চনৰ পাছত ২০২৫ বৰ্ষত পাকিস্তান ক্ৰিকেট বৰ্ডে চেম্পিয়নছ ট্ৰফীৰ আয়োজন কৰিছিল। এতিয়া এই মেগা আই চি চি ইভেণ্টৰ আয়োজক পাকিস্তান ক্ৰিকেট বৰ্ড সন্মুখীন বৃহৎ আৰ্থিক সংকটৰ।

বিশ্ব ক্ৰিকেটত তেওঁলোকৰ স্থান শক্তিশালী  কৰালগতে আৰ্থিক ভাবে সমৃদ্ধ হোৱাৰ আশাৰে পিচিবিয়ে আয়োজন কৰিছিল চেম্পিয়নছ ট্ৰফী । কিন্তু  আয়োজক দেশ্খন নিজেই গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হোৱাৰ পাছত এক বৃহৎ আৰ্থিক সংকটত পৰিছে পিচিবি।

জানিব পৰা মতে চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানে প্ৰায় ১৮ বিলিয়ন পাকিস্তানী টকা ব্যয় কৰিছিল। এই ধনৰাশি ৰাৱালপিণ্ডি, লাহোৰ আৰু কৰাচীৰ তিনিখন ষ্টেডিয়ামৰ সংস্কাৰৰ বাবে ব্যয় কৰা হৈছে। যিটো মূল বাজেটতকৈ ৫০ শতাংশ বেছি আছিল।

প্ৰতিযোগিতাখনৰ আয়োজনতো পিচিবিয়ে ৪০ মিলিয়ন ডলাৰ ব্যয় কৰিছিল। কিন্তু চেম্পিয়নছ ট্ৰফীৰ আয়োজন কৰি একো লাভ নহ’ল আয়োজক দেশ খনৰ। বৰঞ্চ পাকিস্তান ব’ৰ্ডে টিকট বিক্ৰী আৰু পৃষ্ঠপোষকতাৰ জৰিয়তে মাত্ৰ ৬০ লাখ ডলাৰহে উপাৰ্জন কৰিবলৈ সক্ষম হয়।

সৰ্বমুঠ ৮৬৯ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে পিচিবি। সূত্ৰ অনুসৰি পিচিবিয়ে ঘৰুৱা টি-২০ প্ৰতিযোগিতাত মেচৰ মাচুল ৯০ ​​শতাংশ হ্ৰাস কৰিছে। একে সময়তে ৰিজাৰ্ভ খেলুৱৈৰ মাচুল ৮৭.৫ শতাংশ হ্ৰাস কৰা হৈছে বুলি জানিব পৰা গৈছে।

Recent News

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd