• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সকলো ধৰ্মৰ ওপৰত ‘ধৰ্ম প্ৰতিষ্ঠা’, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকীত বিশ্ব শান্তিৰ আহ্বান মোহন ভাগৱতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 28, 2025 3:50 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে কয়, ‘ধৰ্ম প্ৰতিষ্ঠা’ বা ‘ধৰ্মৰ সুৰক্ষা’ সকলো ধৰ্মৰ ওপৰত। এই জ্ঞানেৰেহে বিশ্ব শান্তি বজাই ৰাখিব পৰা যাব। পাকিস্তান বা বাংলাদেশৰ নাম নোলোৱাকৈয়ে ভাগৱতে কয় যে ভাৰতে এসময়ত ভাৰতৰ অংশ হৈ থকা দেশসমূহৰ সৈতে বিশেষকৈ আমাৰ চুবুৰীয়া দেশসমূহৰ সৈতে মিলাপ্ৰীতিৰে জীয়াই থকাৰ ক্ষেত্ৰত আগভাগ ল’ব লাগে। সংঘৰ সংযুক্ত ভাৰতৰ সুপৰিচিত আৰু প্ৰাচীন মানচিত্ৰত পাকিস্তান, আফগানিস্তান, বাংলাদেশ, ভূটান, মালদ্বীপ, ম্যানমাৰ, নেপাল, শ্ৰীলংকা আৰু তিব্বত আদি অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু এই ভাষণত মোহন ভাগৱতে পৌৰাণিক সাহিত্যত উল্লেখ কৰা আৰ্য সভ্যতাৰ সময়ত এক সংযুক্ত ভাৰতৰ একত্ৰীকৰণৰ কথা পোনপটীয়াকৈ কোৱা নাছিল।

সংঘৰ মুৰব্বীগৰাকীয়ে আৰএছএছৰ শতবাৰ্ষিকী উপলক্ষে তিনিদিনীয়া কাৰ্যসূচীৰ দ্বিতীয় দিনটোত এই মন্তব্য কৰে। তেওঁ কয় যে চুবুৰীয়াৰ সৈতে সু-সম্পৰ্ক বজাই ৰখাটো অতি প্ৰয়োজনীয়। আৰু প্ৰয়োজন হ’লে ভাৰতে এই কামত প্ৰথম পদক্ষেপ ল’ব পাৰে। সংঘই কেইবাখনো বিদেশী দেশকো এই শতবাৰ্ষিকী অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে। মন কৰিবলগীয়া যে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক নীতি কাৰ্যকৰী হোৱাৰ দিনা এই অনুষ্ঠানত ৰাছিয়া আৰু চীনৰ প্ৰতিনিধি উপস্থিত আছিল। কিন্তু পাকিস্তান, বাংলাদেশ আৰু তুৰস্কক সংঘই নিমন্ত্ৰণ কৰা নাছিল।

Apply Now

ৰাষ্ট্ৰ ধৰ্ম পালনৰ বাৰ্তা দি ভাগৱতে কয় যে, ‘ধৰ্ম আৰু সম্প্ৰদায়ৰ ওপৰত ভিত্তি কৰি সম্পৰ্ক গঢ়ি তুলিব নোৱাৰি। ইয়াত ধৰ্ম পালন সকলো ধৰ্মৰ ওপৰত। ভাৰতৰ মতাদৰ্শ, আমাৰ সংস্কৃতি আৰু আমাৰ দৰ্শন, জ্ঞান আৰু বিজ্ঞান বিদেশত বিয়পিব লাগিব। আমাৰ দিগন্ত আৰু বহল কৰাটো গুৰুত্বপূৰ্ণ। আৰু এই কামৰ প্ৰথম পদক্ষেপ হ’ল চুবুৰীয়া দেশসমূহ। আমাৰ চুবুৰীয়া দেশসমূহৰ অধিকাংশই এসময়ত ভাৰতৰ অংশ আছিল।’

সংঘৰ মুৰব্বীগৰাকীয়ে কয় যে ভাৰতৰ প্ৰথম কৰ্তব্য হ’ব লাগে আমাৰ নিজৰ জনগোষ্ঠীৰ সৈতে আমাৰ মত বিনিময় কৰা। এই দেশবোৰ বেলেগ হ’ব পাৰে, কিন্তু মূল্যবোধ আৰু পৰম্পৰাৰ ভেটি একে। গতিকে তেওঁলোকেও আগবাঢ়ি যাওক আৰু ভাৰতে এই কামত হাত আগবঢ়াব লাগে। সংঘৰ শতবাৰ্ষিকী অনুষ্ঠানত বিভিন্ন দেশৰ ৫৫ জন দূত উপস্থিত থাকে। ১০ জনৰো অধিক ৰাষ্ট্ৰদূত, উচ্চায়ুক্ত আৰু অন্যান্য দূত উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm
অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd