• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুলৱামাৰ আক্ৰমণৰ ঘটনাত জড়িত সন্ত্ৰাসবাদীক স্বাধীনতা যুঁজাৰু আখ্যা পাকিস্তানৰ সংবাদপত্ৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2019 12:26 pm
1.6k
VIEWS
Share on FacebookShare on Twitter

১৪ ফেব্ৰুৱাৰিত জম্মু কাশ্মীৰৰ পুলৱামাত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জইছ ই মহম্মদে ঘটোৱা ভয়ংকৰ আত্মঘাতী বোমা বিস্ফোৰণত প্ৰায় ৪০ জন চি আৰ পি এফৰ জোৱান চহিদ হৈছিল।এই বিস্ফোৰণতে চহিদ হৈছিল অসমৰ মনেশ্বৰ বসুমতাৰী।

এই ঘটনাক সমগ্ৰ দেশৰ লগতে অসমেও তীব্ৰ ভাষাৰে গৰিহণা দি পাকিস্তানৰ পতাকা জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। তাৰোপৰি আমেৰিকা, ৰাছিয়াকে ধৰি বিশ্বৰ বিভিন্ন দেশ, ৰাষ্ট্ৰসংঘই এই ঘটনাৰ গৰিহণা দিয়ে। লগতে পাকিস্তানৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে।

পুলৱামাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাক পাকিস্তানে গৰিহণা দিলেও দেশকনৰ সংবাদপত্ৰ সমূহে সন্ত্ৰাসবাদীৰ এই আক্ৰমণৰ কাৰ্যৰ সমৰ্থন দিয়ে।

পাকিস্তানী বাতৰি কাকত ‘দ্যা নেশ্যন’ৰ এই সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বাতৰিটোৰ হেডলাইন আছিল ‘স্বাধীনতাৰ যুঁজাৰুৰ আক্ৰমণ, ভাৰত অধিকৃত কাশ্মীৰত ৪৪ জন সৈনিকৰ মৃত্যু।‘ তাৰোপৰি পাকিস্তানৰ আন আন একাংশ বাতিৰকাকতেও একেদৰেই বাতৰি পৰিৱেশন কৰে।

Recent News

ট্ৰাম্পৰ শুল্ক যুদ্ধৰ মাজতে ভাৰতলৈ আহি আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন; জনালে অজিত ডোভালে

ট্ৰাম্পৰ শুল্ক যুদ্ধৰ মাজতে ভাৰতলৈ আহি আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন; জনালে অজিত ডোভালে

কোনো ৰাজ্যই আদৰ্শ কাৰাগাৰ আৰু সংশোধনী সেৱা আইন, ২০২৩ কাৰ্যকৰী কৰা নাইঃ কেন্দ্ৰীয় চৰকাৰ

কোনো ৰাজ্যই আদৰ্শ কাৰাগাৰ আৰু সংশোধনী সেৱা আইন, ২০২৩ কাৰ্যকৰী কৰা নাইঃ কেন্দ্ৰীয় চৰকাৰ

বজাৰলৈ আহিছে 2026 Honda X-ADV; এইবাৰ অধিক আকৰ্ষণীয় ৰং আৰু উন্নত প্ৰযুক্তিৰ সৈতে

বজাৰলৈ আহিছে 2026 Honda X-ADV; এইবাৰ অধিক আকৰ্ষণীয় ৰং আৰু উন্নত প্ৰযুক্তিৰ সৈতে

ওড়িশাত এমাহৰ ভিতৰত তৃতীয়টো মহিলা নিৰ্যাতনৰ ঘটনা! চৰম পন্থা গ্ৰহণ যুৱতীৰ

ওড়িশাত এমাহৰ ভিতৰত তৃতীয়টো মহিলা নিৰ্যাতনৰ ঘটনা! চৰম পন্থা গ্ৰহণ যুৱতীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd