• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জিম্বাবুৱেলৈ প্ৰস্তাৱ পাকিস্তানী অভিনেত্ৰীৰ; ‘ভাৰতক হৰুৱালে তোমালোকৰ এজন ক্ৰিকেটাৰক বিয়া পাতিম’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 3, 2022 8:38 pm
193
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানী অভিনেত্ৰী শ্বেহাৰ শিনৱাৰীয়ে কৈছে যে যদি ভাৰতক পৰাস্ত কৰে তেন্তে তেওঁ জিম্বাবুৱেৰ এজন ক্ৰিকেটাৰক বিয়া কৰাব। অভিনেত্ৰীগৰাকীৰ টুইটৰ উদ্ধৃতিৰে প্ৰকাশিত সংবাদ মাধ্যমৰ বাতৰিত এই কথা প্ৰকাশ পাইছে।

খবৰ পোৱা গৈছে যে শ্বেহাৰে জিম্বাবুয়েৰ ক্ৰিকেটাৰসকলক ভাৰতক পৰাস্ত কৰিবলৈ আহ্বান জনাইছে। একে সময়তে তেওঁ লগতে কয় যে যদি জিম্বাবুৱেই এই খেলখনত ভাৰতক পৰাস্ত কৰে,তেন্তে তেওঁ জিম্বাবুৱেৰ যিকোনো এগৰাকী ক্ৰিকেটাৰক বিয়া কৰাব।

শ্বেহৰ শিনৱাৰী।

মূলত: টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত উপনীত হোৱাৰ দৌৰত আকৰ্ষণীয় পৰ্যায়ত উঠিছে গ্ৰুপ-২। এই গোটৰ দুটা দলে ছেমি ফাইনেললৈ যাব পাৰে। কিন্তু দৌৰত চাৰিটা দল আছে। য’ত তালিকাৰ শীৰ্ষস্থানত থকা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰে ছেমি ফাইনেললৈ যোৱাৰ সম্ভাৱনা অধিক।

শ্বেহৰ শিনৱাৰী।

 

অংকৰ হিচাপত বাংলাদেশ আৰু পাকিস্তানৰো সম্ভাৱনা আছে। কিন্তু তাৰ বাবে অসম্ভৱ প্ৰদৰ্শনৰ লগতে ভাৰত-দক্ষিণ আফ্ৰিকাৰ বাকী থকা মেচবোৰলৈ চাব লাগিব। ইয়াৰ সৈতে আছে বৰষুণৰ কৃপা।

I'll marry a Zimbabwean guy, if their team miraculously beats India in next match 🙂

— Sehar Shinwari (@SeharShinwari) November 3, 2022

এনে জটিল সমীকৰণৰ মাজতে পাকিস্তানী অভিনেত্ৰী শ্বেহৰ শিনৱাৰীয়ে বিশ্বকাপৰ ছেমি ফাইনেলত নিজৰ দেশক চাবলৈ এই অদ্ভুত প্ৰস্তাৱ দিছে।  

Recent News

দুদিনীয়া ভ্ৰমণ সূচীৰে আৰ্জেন্টিনাত উপস্থিত প্ৰধান মন্ত্ৰী মোদী

দুদিনীয়া ভ্ৰমণ সূচীৰে আৰ্জেন্টিনাত উপস্থিত প্ৰধান মন্ত্ৰী মোদী

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

ৰাষ্ট্ৰীয় নিৰাপত্তাত হস্তক্ষেপ নকৰে আদালতে! দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে তুৰ্কীৰ এটা কোম্পানীৰ আবেদন

ৰাষ্ট্ৰীয় নিৰাপত্তাত হস্তক্ষেপ নকৰে আদালতে! দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে তুৰ্কীৰ এটা কোম্পানীৰ আবেদন

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd