• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৩০ মিনিটতে লুটি সাং শ্বপিং মল; পাকিস্তানৰ কৰাচীবাসীৰ কৃতিত্ব দেখি চকু কপালত উঠিল নেটিজেনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 2, 2024 11:45 am
৩০ মিনিটতে লুটি সাং শ্বপিং মল; পাকিস্তানৰ কৰাচীবাসীৰ কৃতিত্ব দেখি চকু কপালত উঠিল নেটিজেনৰ

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আধা ঘণ্টা ধৰি লুটপাত, খালী হৈ গ’ল গোটেইটো শ্বপিং মল। মূৰে কপালে হাত দিলে কৰ্তৃপক্ষই। কাৰণ কোনেও একো কিনা নাছিল। সকলোৱে ইচ্ছামতে লুটপাত কৰিলে। দিনৰ পোহৰত সকলোৰে সন্মুখত সংঘটিত হয় এই ডকাইতি। আনকি কোনো কোনোৱে আকৌ সেয়া মোবাইল ফোনতো ৰেকৰ্ডিং কৰিছিল। তথাপি লুটপাত বন্ধ কৰিব পৰা নগ’ল।

শ্বপিং মলত ডকাইতিৰ এই ঘটনাটো কৰাচীৰ। আৰব সাগৰৰ পাৰত পাকিস্তানৰ   কৰাচী চহৰ। পাক মূলৰ এজন প্ৰবাসী পাকিস্তানীয়ে কৰাচীত এটা শ্বপিং মল খুলিলে। খোলাৰ দিনটোত গ্ৰাহকক বিশেষ অফাৰ দিয়া হয়। দামত কম, মানত উত্তম- ধৰণৰ বিজ্ঞাপনও দিয়া হয়।

কৰাচীৰ ড্ৰিম বাজাৰ শ্বপিং মললৈ বিজ্ঞাপনটো চাই বহু লোক আহে। ভিৰ চম্ভালিব পৰা নাই। খোলাৰ দিনটোতেই ভাল বিক্ৰী হ’ব। ব্যৱসায় বাঢ়িব। ড্ৰিম বাজাৰ কৰ্তৃপক্ষই সপোন দেখিবলৈ আৰম্ভ কৰিছে। কিন্তু সেয়া ফুটুকাৰ ফেন।

লগতে পঢ়কঃ ৰোনাল্ডোৰ ইউটিউব চেনেলত বিৰাট কোহলী! আৰচিবিৰ পোষ্টক কেন্দ্ৰ কৰি জল্পনা-কল্পনা তুংগত

শ্বপিং মললৈ অহা মানুহবোৰে নিজৰ পছন্দৰ বস্তু লৈ পলাল। কৰ্তৃপক্ষই একো কৰিব নোৱাৰিলে। ভিৰ চম্ভালিব পৰাকৈ পৰিস্থিতিয়েই নাছিল। লুণ্ঠন ৰোধ কৰাটো বহু দূৰৰ কথা। বিয়লি ৩ বজাৰ পৰা ৩:৩০ বজাৰ ভিতৰত সকলো উদং। ড্ৰিম বাজাৰৰ সপোন  ভাঙি গ’ল।

যোৱা শুকুৰবাৰৰ এই ঘটনাত পাকিস্তানত যথেষ্ট হুলস্থুলৰ সৃষ্টি হৈছে। আৰ্থিক সংকটত ভূগি থকা দেশখনত কেইবা কোটি টকাৰ সম্পত্তিৰ লুণ্ঠন। বীমা কোম্পানীয়ে হয়তো ক্ষতিপূৰণ দিব। তাত শ্বপিং মল কৰ্তৃপক্ষই সকাহ পাব। কিন্তু দেশখনৰ অর্থনীতিয়ে যি আঘাত পালে তাৰ পৰা প্ৰত্যাৱৰ্তন কৰিব নোৱাৰিব৷ বিশেষজ্ঞসকলে তেনেকৈয়ে ভাবে।

A Huge Mall Dream Bazar was built by a Pak foreign businessesman in Karachi, Pakistan- On it’s inauguration yesterday he offered special discount for Pakistani locals….. and the whole Mall was looted pic.twitter.com/ah4d2ULh3l

— Megh Updates 🚨™ (@MeghUpdates) September 1, 2024

বন্দৰ চহৰত নতুন শ্বপিং মল। বিশাল বিনিয়োগ। প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বহু কৰ্মসংস্থাপন। স্থানীয় সংবাদ মাধ্যমৰ মতে, এই ঘটনাৰ পিছতে ড্ৰিম বাজাৰ কৰ্তৃপক্ষই ব্যৱসায় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। অৰ্থাৎ কৰ্মীসকলে পুনৰ চাকৰি হেৰুৱালে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

August 18, 2025 3:52 pm
প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

August 18, 2025 3:33 pm
শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

August 18, 2025 3:15 pm
শোকাবহ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিচনাৰ পৰা পৰি মৃত্যু নৱজাতকৰ

শোকাবহ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিচনাৰ পৰা পৰি মৃত্যু নৱজাতকৰ

August 18, 2025 2:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

August 18, 2025 3:52 pm
প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

August 18, 2025 3:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd