• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজনৈতিক নাটৰ যৱনিকা: আজি পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব শ্বাহবাজ শ্বৰীফে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 11, 2022 7:42 pm
Shehbaz Sharif
168
VIEWS
Share on FacebookShare on Twitter

অৱশেষত ৰাজনৈতিক অস্থিৰতাৰ যৱনিকা পৰিল পাকিস্তানত। দেশখনত শেহতীয়াকৈ সৃষ্টি হোৱা ৰাজনৈতিক সংকটৰ পাছত আজি অন্ত পৰিল সকলো জল্পনা-কল্পনা।

দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে আজি ক্ষমতাত অধিষ্ঠিত হ’ব শ্বেহবাজ শ্বৰীফ। আজি নিশা পাকিস্তানৰ ২৩ তম প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব পাকিস্তান মুছলিম লীগ (নৱাজ)ৰ সভাপতিজনে।

উল্লেখ্য যে দুৰ্নীতিৰ কেইবাটাও গোচৰত অভিযুক্ত প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ ভাতৃ শ্বেহবাজ শ্বৰীফে নেচনেল এচেম্বলীত ইমৰান খানৰ বিৰুদ্ধে বিৰোধীৰ অনাস্থা অভিযোগৰ নেতৃত্ব দিছিল।

প্ৰধানমন্ত্ৰী হিচাপে মনোনীত হোৱা শ্বেহবাজ শ্বৰীফে দেশত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ আঁৰত বিদেশী ষড়যন্ত্ৰ জড়িত আছে বুলি ইমৰান খানে তোলা অভিযোগ অস্বীকাৰ কৰিছে।

এই সমগ্ৰ ঘটনাৰাজিক এক নাটক আখ্যা দিছে শ্বৰীফে। লগতে তেওঁ এয়া ষড়যন্ত্ৰ বুলি প্ৰমাণিত হ’লে পদত্যাগ কৰিব বুলিও ঘোষণা কৰিছে।

ইতিপূৰ্বে দেশখনৰ পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল শ্বাহবাজে। সেয়াই নহয়, তেওঁ পঞ্জাৱ প্ৰদেশৰ সবাতোকৈ দীৰ্ঘলীয়া কাৰ্যকালৰ মুখ্যমন্ত্ৰী আছিল। তিনিবাৰকৈ তেওঁ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল।

জ্যেষ্ঠ ভাতৃ নৱাজ শ্বৰিফে দেশ ত্যাগ কৰাৰ পিছত পাকিস্তান মুছলীম লীগৰ সভাপতি পদত অধিষ্ঠিত হয় শ্বাহবাজ।

শ্বাহবাজ শ্বৰিফ ২০১৮ চনৰ ১৩ আগষ্টত পাকিস্তানৰ নেশ্যনেল এছেম্বলিৰ সদস্য হিচাপে নিৰ্বাচিত হয়।

অনাস্থা ভোটত ইমাৰন খানক ক্ষমতাচ্যুত কৰাৰ পিছত নেশ্যনেল এছেম্বলিত শ্বাহবাজে স্পষ্ট কৰি দিয়ে যে তেওঁ কোনো প্ৰতিশোধৰ ৰাজনীতিত বিশ্বাস নকৰে।

পাকিস্তানৰ জনসাধাৰণৰ ইচ্ছানুসৰিয়েই এই পৰিস্থিতি আহি পৰিছে বুলি তেওঁ মন্তব্য কৰিছিল।

Recent News

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd