• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 9, 2025 8:55 pm
81
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিয়ে আৰণ্যকৰ কাৰ্যবাহী সঞ্চালক ড০ বিভৱ কুমাৰ তালুকদাৰ আৰু অসম শক্তি উৎপাদন নিগম লিমিটেডৰ প্ৰাক্তন পৰিচালন সঞ্চালক বিভু ভূঞাক এবছৰৰ বাবে প্ৰফেছৰ অৱ প্ৰেক্টিছ হিচাপে নিযুক্তি দিছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ গাইডলাইন অনুসৰি এই নিযুক্তি দিয়া হৈছে, ইউজিচিৰ মতে এই প্ৰফেচৰ অৱ প্ৰেক্টিছৰ ধাৰণাই উচ্চ শিক্ষানুষ্ঠানসমূহক নিজৰ ক্ষেত্ৰৰ বিশেষজ্ঞতা শৈক্ষিক ক্ষেত্ৰখনলৈ আগবঢ়োৱাৰ বাবে গুৰুত্ব আৰোপ কৰে।

ড° বিভাব কুমাৰ তালুকদাৰ এজন প্ৰখ্যাত সংৰক্ষণ জীৱবিজ্ঞানী, আৰণ্যকৰ প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সঞ্চালক লগতে এছিয়ান গঁড় বিশেষজ্ঞ গোটৰ অধ্যক্ষ। বন্যপ্ৰাণী গৱেষণা আৰু সংৰক্ষণৰ তিনি দশকৰো অধিক অভিজ্ঞতাৰে ড০ তালুকদাৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় উভয় পৰ্যায়তে জৈৱ বৈচিত্ৰ্য সুৰক্ষা নীতি গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

অসম শক্তি উৎপাদন নিগম লিমিটেডৰ প্ৰাক্তন পৰিচালন সঞ্চালক বিভূ ভূঞা ডাঙৰীয়াই অসমৰ শক্তি খণ্ডৰ পৰা নেতৃত্ব দি বিস্তৃত অভিজ্ঞতা লাভ কৰিছে, ভূঞা অসমৰ বিদ্যুৎ উৎপাদন খণ্ডৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি।

এই নিযুক্তিয়ে ছাত্ৰ-ছাত্ৰীসকলক বাস্তৱ জগতৰ উদ্যোগৰ পদ্ধতি, নীতি নিৰ্ধাৰণ, আৰু জৈৱ-বৈচিত্ৰ সংৰক্ষণ নেতৃত্বৰ সৈতে পৰিচয় প্ৰদান কৰি গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ সমৃদ্ধ কৰিব বুলি আশা কৰা হৈছে। গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ অৱ প্ৰেক্টিছসকলে পাঠ্যক্ৰম নিৰ্মাণ কৰাত অংশগ্ৰহণ কৰিব, বক্তৃতা প্ৰদান কৰিব, ছাত্ৰ-ছাত্ৰীসকলক মাৰ্গদৰ্শন কৰিব।গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে লোৱা এই সিদ্ধান্ত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ আৰু ব্যৱহাৰিক জ্ঞান আৰু দক্ষতাভিত্তিক শিক্ষাক উচ্চ শিক্ষাত একত্ৰিত কৰা ক্ষেত্ৰত বিশ্ববিদ্যালয় অনুদান আয়োগৰ যি দৃষ্টিভংগীৰ তাৰ সৈতে সামঞ্জস্য আছে।

Tags: Girijanaanda Chowdhury University

Recent News

বঙাইগাঁও প্ৰশাসনে ২৭টা পৰিয়ালক উচ্ছেদ কৰিলে সৃজংগৰামৰ বেদখল কৰা সত্ৰৰ ভূমিৰ পৰা

বঙাইগাঁও প্ৰশাসনে ২৭টা পৰিয়ালক উচ্ছেদ কৰিলে সৃজংগৰামৰ বেদখল কৰা সত্ৰৰ ভূমিৰ পৰা

কলিয়াবৰত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ : স্থানীয় লোকে উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক

কলিয়াবৰত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ : স্থানীয় লোকে উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক

গোৱালপাৰাত ব্যাপক উচ্ছেদ অভিযান! ১৫০০ বিঘা মাটিৰ পৰা উচ্ছেদ ৬০০ৰো অধিক পৰিয়াল

গোৱালপাৰাত ব্যাপক উচ্ছেদ অভিযান! ১৫০০ বিঘা মাটিৰ পৰা উচ্ছেদ ৬০০ৰো অধিক পৰিয়াল

শিৱসাগৰত অ’এনজিচিৰ তৈলক্ষেত্ৰত গেছ লিকঃ দুৰ্গন্ধৰ লগতে অগ্নিকাণ্ডৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ

শিৱসাগৰত অ’এনজিচিৰ তৈলক্ষেত্ৰত গেছ লিকঃ দুৰ্গন্ধৰ লগতে অগ্নিকাণ্ডৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd