• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইবাৰ নিজৰ বডিগাৰ্ডকে বিয়া পাতিলে হলীউদৰ জনপ্ৰিয় অভিনেত্ৰী পামেলা এণ্ডাৰছনে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 28, 2021 3:53 pm
pamela Anderson married to her bodyguard
406
VIEWS
Share on FacebookShare on Twitter

হলীউদৰ জনপ্ৰিয় অভিনেত্ৰী পামেলা এণ্ডাৰছনে আকৌ বিয়া পাতিলে। এইটো তেওঁৰ পঞ্চম বিয়া। পিচে, এইবাৰ কোনো ডাঙৰ অনুষ্ঠান পাতি নহয়, গোপনেই বিয়া পাতি থলে পামেলাই।

বাতৰি অনুসৰি, মাত্ৰ কিছুদিন পূৰ্বে যোৱা বছৰ শেহৰ পিনে পামেলাি গোপনে বিবাহপাশত আৱদ্ধ হয়।

বৰ্তমান ৫৩বছৰীয়া প্লে’বয়ৰ প্ৰাক্তন সুন্দৰী গৰাকীয়ে এইবাৰ কাক বিয়া কৰালে তাক লৈ সকলোৱে জানিবলৈ আগ্ৰহী।

পামেলাই জানিবলৈ দিয়ে যে তেওঁ এইবাৰ নিজৰ দেহৰক্ষী (বডিগাৰ্ড) ডান হায়াৰ্ষ্টকক বিয়া পাতিছে। লকডাউনৰ সময়ত ডান পামেলাৰ সৈতেই আছিল।

পামেলাৰ সদায় খেয়াল ৰখা ডানৰ সৈতে জীৱন কটাবলৈ পাই পামেলা খুবেই সুখী বুলি জানিবলৈ দিয়ে।

এইবাৰকে লৈ পামেলাই পঞ্চমবাৰৰ বিয়া পাতিলে। অৱশ্যে, তেওঁ নিজে সেই কথা স্বীকাৰ নকৰে। তেওঁৰ মতে এয়া চতুৰ্থ বিবাহহে।

ইয়াৰ পূৰ্বে টমি লী, বব ৰিচি আৰু ৰিক চালোমনক বিয়া কৰাইছিল পামেলাই। ইয়াৰ বিতৰত ৰিকক দুবাৰ বিয়া পাতিছে পামেলাই।

যোৱা বছৰ পামেলাই জন পিটাৰ্ছক বিয়া পতা বুলি শুনা গৈছিল যদিও সেই খৱৰ প্ৰকাশ পোৱাৰ ১২ দিন পাছত পামেলাই জনৰ সৈতে বিয়া ভঙা বুলি জানিবলৈ দিছিল। আইনী মতে সেই বিবাহ সম্পন্ন হোৱা নাছিল বুলি কোৱা হৈছিল।

এইবাৰ আইনীভাৱে ঘনিষ্ঠ মহলৰ উপস্থিতিত তেওঁলোকে বিয়া পাতিছে। ২৫ বছৰ পূৰ্বে নিজৰ ককাক-আইতাকৰ পৰা ক্ৰয় কৰা ঘৰটোতে বৰ্তমান বডিগাৰ্ড ডানৰ সৈতে থাকিবলৈ লৈছে পামেলা।

Recent News

অসমক বহিৰাগত বৃহৎ বণিয়াৰ উপনিৱেশত পৰিণত কৰিছে হিমন্ত বিশ্ব শৰ্মাই : অজিত কুমাৰ ভূঞা

অসমক বহিৰাগত বৃহৎ বণিয়াৰ উপনিৱেশত পৰিণত কৰিছে হিমন্ত বিশ্ব শৰ্মাই : অজিত কুমাৰ ভূঞা

৩ আগষ্টত অনুষ্ঠিত হ’ব NEET PG পৰীক্ষা; উচ্চতম ন্যায়ালয়ে দিলে অনুমতি

৩ আগষ্টত অনুষ্ঠিত হ’ব NEET PG পৰীক্ষা; উচ্চতম ন্যায়ালয়ে দিলে অনুমতি

চকলেট চুৰিৰ অপৰাধত ৫জন ল’ৰাক উলংগ কৰি হাৰাশাস্তি! গ্ৰেপ্তাৰ তিনিজনক

চকলেট চুৰিৰ অপৰাধত ৫জন ল’ৰাক উলংগ কৰি হাৰাশাস্তি! গ্ৰেপ্তাৰ তিনিজনক

যোৰহাটৰ মৰিয়নীত জঘন্য ঘটনা! তিনিমহীয়া সন্তানক কুঁৱালৈ দলিয়াই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পিতৃৰ

যোৰহাটৰ মৰিয়নীত জঘন্য ঘটনা! তিনিমহীয়া সন্তানক কুঁৱালৈ দলিয়াই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পিতৃৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd