• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মায়াজাল! পত্নীকো লাগে, প্ৰেমিকাকো এৰিব নিবিচাৰে; ৪ বছৰৰ লীলা-খেলাৰ অন্তত সোমাল জেলত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 13, 2024 11:21 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ বিজনোৰত পতি, পত্নী আৰু ৱৌ-ৰ এক আজৱ ঘটনা পোহৰলৈ আহিছে। ইয়াত এজন বিবাহিত পুৰুষে, বিবাহ বহিৰ্ভূত প্ৰেমৰ বাবে এনে এটা কাম কৰিলে যে তেওঁ জেলৰ ভাত খাবলগীয়া হ’ল। মানুহজনৰ প্ৰেয়সীয়েই তেওঁক জেলত ভৰায়। বিবাহিত হোৱাৰ পিছতো প্ৰেমিকে তেওঁক প্ৰতাৰণা কৰা বুলি অভিযোগ উত্থাপন কৰে। ৪ বছৰ ধৰি তেওঁৰ লগত সম্পৰ্ক ৰাখিছিল। আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে।

ঘটনাটো বাখৰপুৰ গড়ী অঞ্চলৰ। ইয়াতে কিৰাটপুৰৰ বাসিন্দা এগৰাকী যুৱতী থানা আহি পালেহি। প্ৰেমিকৰ বিৰুদ্ধে প্ৰতাৰণা আৰু ধৰ্ষণৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰিলে। যুৱতীগৰাকীয়ে পুলিচক জনায়- ‘’২০২০ চনত গাঁও পঞ্চায়তৰ সচিব দাৰা সিঙক লগ পাইছিলোঁ। আমাৰ বন্ধুত্ব প্ৰেমলৈ পৰিণত হ’ল। তেতিয়াৰ পৰা প্ৰায় ছমাহমান আগতে গম পালোঁ যে দাৰা বিবাহিত লোক।‘’

লগতে পঢ়কঃ চুইজাৰলেণ্ডৰ বেংকৰ পৰা জব্দ ২৬০০ কোটি টকা! আদানী কাণ্ডত এক নতুন টুইষ্ট

ভুক্তভোগীয়ে কয়, ‘’দাৰা সিঙৰ সত্যটো যেতিয়া মই জানিব পাৰিলো, মই ক’লো যে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিম। এই কথাত দাৰা সিঙে ক’লে যে তেওঁ মোক বিয়া কৰাব আৰু খৰচো বহন কৰিব। কিন্তু বিয়াৰ অজুহাতত তেওঁ মোক খুলশালীয়েকৰ সৈতে বিয়া পাতি দিলে। মোৰ স্বামীৰ লগত মোৰ মিল নাছিল কাৰণ দাৰা সিঙৰ মোৰ লগত আগৰ দৰেই সম্পৰ্ক আছিল। এনে পৰিস্থিতিত মোৰ স্বামীৰ লগত সম্পৰ্ক ভাঙি গ’ল। তেতিয়াও দাৰা সিঙে মোৰ লগত সম্পৰ্ক অব্যাহত ৰাখিছিল। মই গৰ্ভৱতী হৈ পৰিলো। কিন্তু এতিয়া দাৰা সিঙে মোৰ লগত থাকিব নিবিচাৰে।‘’

যুৱতীগৰাকীয়ে লগতে কয়, ‘’মইও দাৰা সিঙক ক’লোঁ যে মই আৰু মোৰ সন্তান ক’লৈ যাম। আমাৰ লগত দাৰা সিঙৰ কোনো সম্পৰ্ক নাই। মোক ঘৰত ৰাখিবলৈও তেওঁ সাজু নহয়, মোক বিয়া কৰাবলৈও সাজু নহয়। এতিয়াও মোক অত্যাচাৰ কৰি আছে। মোক গালি-গালাজ কৰি আছে। এতিয়া কি কৰিম আৰু কাক সহায় বিচাৰিম বুজি পোৱা নাই।‘’

লগতে পঢ়কঃ চাৰি ফুটতকৈও অধিক দীঘল লাওডোগা সাপ! দেশত পোৱা গ’ল বিৰল প্ৰজাতিৰ সন্ধান

আৰক্ষীয়ে যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি দাৰা সিঙক গ্ৰেপ্তাৰ কৰে। তাৰ পিছত তেওঁক আদালতত হাজিৰ কৰি জেললৈ প্ৰেৰণ কৰা হয়। বৰ্তমান অভিযুক্তৰ জেৰা চলি আছে। এই গোচৰত অধিক তদন্ত অব্যাহত ৰখা হৈছে। ইয়াৰ পিছত কি হ’ব সেয়া হ’ব লক্ষ্যণীয়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd