• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চুইজাৰলেণ্ডৰ বেংকৰ পৰা জব্দ ২৬০০ কোটি টকা! আদানী কাণ্ডত এক নতুন টুইষ্ট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 13, 2024 9:55 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আদানী কাণ্ডত এক নতুন টুইষ্ট। বৃহস্পতিবাৰে নিশা চুইজাৰলেণ্ডৰ সংবাদ মাধ্যমৰ বাতৰিৰ উদ্ধৃতি দি আমেৰিকাৰ ইকুইটি প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্চে দাবী কৰে যে আদানী গোষ্ঠীৰ সৈতে জড়িত ৩১ কোটি ডলাৰ (প্ৰায় ২৬০০ কোটি টকা) জব্দ কৰা হৈছে।

দেশখনৰ কৰ্তৃপক্ষই ছুইজাৰলেণ্ডৰ ছটা বেংকৰ বিভিন্ন একাউণ্টত এই ধন জব্দ কৰে। আজি (শুকুৰবাৰে) শ্বেয়াৰ বজাৰত ইয়াৰ কোনো প্ৰভাৱ পৰিছে নেকি সেই বিষয়ে সংশ্লিষ্ট মহলে অপেক্ষা কৰিছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০২১ চনত অবৈধ শ্বেয়াৰ আৰু ধনৰ লেনদেনৰ সৈতে জড়িত তদন্তৰ পিছত চুইজাৰলেণ্ড কৰ্তৃপক্ষৰ তৰফৰ পৰা এই পদক্ষেপ লোৱা হৈছে।

Apply Now

লগতে পঢ়কঃ চাৰি ফুটতকৈও অধিক দীঘল লাওডোগা সাপ! দেশত পোৱা গ’ল বিৰল প্ৰজাতিৰ সন্ধান

অভিযোগ অনুসৰি গৌতম আদানীৰ উদ্যোগ গোষ্ঠীৰ সৈতে জড়িত এজন ব্যক্তিয়ে ব্ৰিটিছ ভাৰ্জিন দ্বীপপুঞ্জ, মৰিচাছ আৰু বাৰ্মুডাৰ বিত্তীয় প্ৰতিষ্ঠানসমূহত ধন জমা কৰিছিল। সেই কোম্পানীবোৰে প্ৰায় সমগ্ৰ ধন আদানী গ্ৰুপৰ কোম্পানীত বিনিয়োগ কৰিছিল। সেই ব্যক্তিজনৰ একাউণ্ট জব্দ কৰা হৈছে। এই তদন্ত অৱশ্যে হিণ্ডেনবাৰ্গ প্ৰতিবেদন প্ৰকাশৰ বহু আগতেই হৈছিল।

ইপিনে, বৃহস্পতিবাৰে হিণ্ডেনবাৰ্গে প্ৰশ্ন উত্থাপন কৰে যে বজাৰ নিয়ন্ত্ৰক সংস্থা ছেবিৰ মুৰব্বী মাধৱী পুৰী বুচ ইটোৰ পিছত সিটো অভিযোগৰ পিছতো কিয় ‘সম্পূৰ্ণ নিমাত’। যোৱা মাহত তেওঁলোকে নতুন প্ৰতিবেদন প্ৰকাশ কৰি দাবী কৰিছিল যে  আদানীৰ কোম্পানীত অবৈধভাৱে বিনিয়োগ কৰা বিদেশী পুঁজিত মাধৱীয়ে বিনিয়োগ কৰিছিল। যাৰ কাৰণ হ’ব পাৰে আদানী গোচৰৰ ‘লেহেমীয়া’ তদন্ত।

লগতে পঢ়কঃ APSC কেলেংকাৰীৰ অভিযোগনামা দাখিল কৰিলে বিশেষ তদন্তকাৰী দলে; বাদ দিলে ৯ জন বিষয়াক

এক্স হেণ্ডেলত হিণ্ডেনবাৰ্গে লিখিছে, “এটা ব্যক্তিগত পৰামৰ্শদাতা প্ৰতিষ্ঠানে ছেবি নিয়ন্ত্ৰিত বিভিন্ন কোম্পানীৰ পৰা ধন লৈছিল। সেই কোম্পানীত ছেবিৰ মুৰব্বী মাধৱীৰ অংশীদাৰিত্ব ৯৯ শতাংশ। ছেবিৰ পূৰ্ণকালীন সদস্য হৈ থকাৰ সময়তে সেয়া ঘটিছিল। সেই কোম্পানীসমূহৰ ভিতৰত আছে মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা, আইচিআইচিআই বেংক, ডাঃ ৰেড্ডীজ আৰু পিডিলাইট।….এই সকলোবোৰ অভিযোগৰ পিছতো মাধৱী পুৰী সম্পূৰ্ণ নিমাত হৈ আছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd