• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ্তব্যৰত অৱস্থাতে সহকৰ্মীৰ গুলীত নিহত দুই অৰ্ধসামৰিক বাহিনীৰ জোৱান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 26, 2022 10:49 pm
Paramilitary Jawan killed
149
VIEWS
Share on FacebookShare on Twitter

গুজৰাটত আজি নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড। অহা মাহত ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে পোৰবন্দৰৰ সমীপত নিৰ্বাচনী দায়িত্বত নিয়োজিত থকা অৰ্ধসামৰিক বাহিনীৰ কৰ্মীৰ মাজত সৃষ্টি হোৱা বিবাদে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ ফলত দুগৰাকী জোৱানে প্ৰাণ হেৰুৱাইছে।

সহকৰ্মীৰ গুলীত দুইগৰাকী জোৱানৰ মৃত্যু হোৱাৰ লগতে দুগৰাকী জোৱান আহত হৈছে। জানিব পৰা মতে, জোৱান কেইগৰাকী সন্ধিয়া কাজিয়াত লিপ্ত হয়। বিবাদ ক্ৰমাৎ তীব্ৰতৰ হৈ পৰাৰ সময়তে এগৰাকী জোৱানে নিজৰ এ কে ৫৬ ৰাইফলে অতৰ্কিতে গুলীচালনা কৰে।

ঘটনাস্থলীত মণিপুৰৰ ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়ন (IRB) আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF)ৰ দল নিয়োজিত আছিল বুলি পোৰবন্দৰৰ কালেক্টৰ তথা জিলা নিৰ্বাচনী বিষয়া এ এম শৰ্মাই সদৰী কৰিছে।

অৱশ্যে কি কাৰণত জোৱানকেইগৰাকীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল, সেয়া জানিব পৰা নাই। এই সন্দৰ্ভত বৰ্তমান তদন্ত আৰম্ভ কৰা হৈছে বুলি বিষয়া গৰাকীয়ে লগতে জানিবলৈ দিয়ে।

আহত জোৱান দুগৰাকীক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে ঘটনাস্থলীৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ দূৰত্বৰ জামনগৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰে।

“শনিবাৰে সন্ধিয়া কোনো অজ্ঞাত বিষয়ক লৈ এগৰাকী জোৱানে তেওঁৰ এছাল্ট ৰাইফলৰ পৰা সহকৰ্মীসকলৰ ওপৰত গুলীচালনা কৰে। দুজন জোৱানৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন দুজন আহত হয়। তেওঁলোকক জামনগৰৰ এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।”- জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে কয়।

Recent News

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd