• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেনেদৰে নিজৰ হাতৰ এটা আঙুলি হেৰুৱাইছিল ক’লে ক্ৰিকেটাৰ পাৰ্থিৱ পেটেলে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 25, 2020 11:12 am
পাৰ্থিৱ পেটেল

পাৰ্থিৱ পেটেল

15.7k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় দলৰ প্ৰাক্তন উইকেট ৰক্ষক বেটছমেন তথা গুজৰাট ৰাঞ্জী দলৰ অধিনায়ক পাৰ্থিৱ পেটেলে কেনেদৰে তেওঁ নিজৰ বাওঁহাতৰ কনিষ্ঠ আঙুলিটো হেৰুৱাইছিল সেই সম্বন্ধে প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰিছে।

পাৰ্থিৱ পেটেলে ছয় বছৰ বয়সতে দৰ্জাত চেপা খাই নিজৰ বাওঁ হাতৰ কনিষ্ঠ আঙুলিটো হেৰুৱাবলগীয়া হৈছিল বুলি উল্লেখ কৰে।

আনহাতে, ৯ টা আঙুলিৰে প্ৰথম অৱস্থাত উইকেট কীপিঙৰ ক্ষেত্ৰতো যথেষ্ঠ অসুবিধা হৈছিল বুলি ক্ৰিকেটাৰ গৰাকীয়ে কয়।

‘‘প্ৰথম অৱস্থাত উইকেট কীপিঙৰ ক্ষেত্ৰত সমস্যা হৈছিল কাৰণ শেষৰ আঙুলিটোৱে গ্লোভছ পিন্ধাত অসুবিধা দিছিল,’’ পাৰ্থিৱে সদৰি কৰে।

ক্ৰিকেটাৰ গৰাকীয়ে ৯ টা আঙুলিৰে ভাৰতীয় দলৰ উইকেট ৰক্ষক হিচাপে খেলিবলৈ পোৱাটো ভাল লগা অনুভুতি বুলিও লগতে মন্তব্য কৰে।

উল্লেখযোগ্য যে, পাৰ্থিৱ পেটেলে মাত্ৰ ১৭ বছৰ বয়সতে ভাৰতীয় দলৰ হৈ অভিষেক ঘটাই ভাৰতীয় দলৰ সৰ্বকনিষ্ঠ উইকেটৰক্ষক হিচাপে অভিলেখ গঢ়িছিল।

পাৰ্থিৱ পেটেলে আই পি এলটো চেন্নাই চুপাৰ কিংছ, ৰোয়েল চেলেঞ্জাৰ বাংগালুৰু আদি দলৰ হৈ খেলি দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।

Recent News

আৰক্ষীৰ ছদ্মৱেশ লৈ ব্লেকমেইল : ৯ ঘন্টা উলংগ কৰি ভিডিঅ’ কলত ডিজিটেল এৰেষ্ট দুই যুৱতীক

আৰক্ষীৰ ছদ্মৱেশ লৈ ব্লেকমেইল : ৯ ঘন্টা উলংগ কৰি ভিডিঅ’ কলত ডিজিটেল এৰেষ্ট দুই যুৱতীক

বোকাখাতত “প্ৰগতিশীল ছাত্ৰ আন্দোলনত চিদানন্দ শইকীয়াৰ ভূমিকা আৰু সাম্প্ৰতিক গোলাঘাটৰ ছাত্ৰ ৰাজনীতি” শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন

বোকাখাতত “প্ৰগতিশীল ছাত্ৰ আন্দোলনত চিদানন্দ শইকীয়াৰ ভূমিকা আৰু সাম্প্ৰতিক গোলাঘাটৰ ছাত্ৰ ৰাজনীতি” শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন

পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ! দুই কুকি গোটৰ মাজত হোৱা সংঘৰ্ষত নিহত ৫ বিচ্ছিন্নতাবাদী

পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ! দুই কুকি গোটৰ মাজত হোৱা সংঘৰ্ষত নিহত ৫ বিচ্ছিন্নতাবাদী

বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, সমালোচক ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ বিয়োগ

বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, সমালোচক ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd