• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খাদ্য সুৰক্ষাৰ মানদণ্ড ৰক্ষা কৰাত ব্যৰ্থ; পতঞ্জলিৰ ঘিউত পোৱা গৈছে ‘ভেজাল’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 22, 2022 2:37 pm
খাদ্য সুৰক্ষাৰ মানদণ্ড ৰক্ষা কৰাত ব্যৰ্থ; পতঞ্জলিৰ ঘিউত পোৱা গৈছে ‘ভেজাল’
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Patanjali’s Ghee found adulterated পতঞ্জলিৰ ‘বিশুদ্ধ গৰু ঘিউ’য়ে খাদ্য সুৰক্ষা বিভাগৰ দ্বাৰা কৰা পৰীক্ষাত ইয়াৰ খাদ্য সুৰক্ষাৰ মানদণ্ড ৰক্ষাত  ব্যৰ্থ হোৱাৰ বাবে নজৰলৈ আহিছে ।

পতঞ্জলিৰ “বিশুদ্ধ গৰু ঘিউ”ৰ নমুনা ৰাজ্য আৰু কেন্দ্ৰীয় পৰীক্ষাগাৰৰ দ্বাৰা কৰা খাদ্য সুৰক্ষাৰ পৰীক্ষাত বিফল হোৱাৰ পিছত ভেজাল বুলি প্ৰমানিত হৈছে।

পতঞ্জলিৰ “বিশুদ্ধ গৰু ঘিউ”ৰ নমুনা উত্তৰাখণ্ডৰ তেহৰিৰ এখন দোকানৰ পৰা সংগ্ৰহ কৰা হৈছিল আৰু ৰাজ্যিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।

লগতে পঢ়ক: Manish Sisodia: বিজেপিত যোগদান কৰিলেই তুলি ল’ব সকলো গোচৰ; মেচেজ পাইছে দিল্লীৰ উপ মুখ্যমন্ত্ৰী চিছোদিয়াই!

নমুনাৰ পৰীক্ষা ফলাফল অনুসৰি, পতঞ্জলিৰ “বিশুদ্ধ গৰু ঘিউ” ভেজাল পোৱাৰ লগতে ই খাদ্য সুৰক্ষাৰ মানদণ্ড ৰক্ষা কৰাত ব্যৰ্থ হৈছিল।

আনহাতে, খাদ্য সুৰক্ষা নিয়ন্ত্ৰকে নমুনাটো সংগ্ৰহ কৰা সেই তেহৰি জিলাৰ এছ ডি এম আদালতত এটা গোচৰ দাখিল কৰিব।  

২০২১ চনত খাদ্য সুৰক্ষা আৰু ঔষধ বিভাগে পতঞ্জলিৰ “বিশুদ্ধ গৰু ঘিউ” স্বাস্থ্যৰ বাবে ক্ষতিকৰ বুলি ধৰা পেলাইছিল।

লগতে পঢ়ক: Nayyara Noor: অসমত জন্মগ্ৰহণ কৰা পাকিস্তানৰ ‘বুলবুল’ কিংবদন্তি গায়িকা নায়াৰা নুৰৰ পৰলোকপ্ৰাপ্তি

উল্লেখ্য যে  চাৰ ধাম যাত্ৰাৰ সময়ত খাদ্য সুৰক্ষা পৰীক্ষাৰ বাবে চম্বা-ধাৰাচু ঘাইপথত অৱস্থিত চেলু পানীৰ এখন হোটেলৰ পৰা পতঞ্জলিৰ চাউলৰ নমুনা লোৱা হৈছিল।

প্ৰয়োজনীয় পৰীক্ষাৰ পিছত সেই চাউলত বৃহৎ পৰিমাণৰ কীটনাশক দ্ৰব্যৰ উপস্থিতি নিশ্চিত কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত তামিলনাডু চৰকাৰৰ বৃহৎ জয়! মন্দিৰৰ মাটিত নিৰ্মাণ হ’ব চৰকাৰী মহাবিদ্যালয়

উচ্চতম ন্যায়ালয়ত তামিলনাডু চৰকাৰৰ বৃহৎ জয়! মন্দিৰৰ মাটিত নিৰ্মাণ হ’ব চৰকাৰী মহাবিদ্যালয়

August 31, 2025 9:30 pm
কথা পাহৰা বিজেপিৰ গৃহমন্ত্ৰী অমিত শ্বাহক ৰিপুন বৰাই সোঁৱৰাই দিলে হিমন্ত বিশ্বৰ অতীত

কথা পাহৰা বিজেপিৰ গৃহমন্ত্ৰী অমিত শ্বাহক ৰিপুন বৰাই সোঁৱৰাই দিলে হিমন্ত বিশ্বৰ অতীত

August 31, 2025 9:26 pm
বিটিআৰ নিৰ্বাচনৰ বাবে ১৬জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ ইউপিপিএলৰ

বিটিআৰ নিৰ্বাচনৰ বাবে ১৬জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ ইউপিপিএলৰ

August 31, 2025 8:30 pm
উত্তৰাখণ্ডত ভূমিস্খলন: ধৌলিগংগা বিদ্যুৎ প্ৰকল্পৰ সুৰংগত আবদ্ধ ১৯ শ্ৰমিক, অব্যাহত উদ্ধাৰ অভিযান

উত্তৰাখণ্ডত ভূমিস্খলন: ধৌলিগংগা বিদ্যুৎ প্ৰকল্পৰ সুৰংগত আবদ্ধ ১৯ শ্ৰমিক, অব্যাহত উদ্ধাৰ অভিযান

August 31, 2025 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত তামিলনাডু চৰকাৰৰ বৃহৎ জয়! মন্দিৰৰ মাটিত নিৰ্মাণ হ’ব চৰকাৰী মহাবিদ্যালয়

উচ্চতম ন্যায়ালয়ত তামিলনাডু চৰকাৰৰ বৃহৎ জয়! মন্দিৰৰ মাটিত নিৰ্মাণ হ’ব চৰকাৰী মহাবিদ্যালয়

August 31, 2025 9:30 pm
কথা পাহৰা বিজেপিৰ গৃহমন্ত্ৰী অমিত শ্বাহক ৰিপুন বৰাই সোঁৱৰাই দিলে হিমন্ত বিশ্বৰ অতীত

কথা পাহৰা বিজেপিৰ গৃহমন্ত্ৰী অমিত শ্বাহক ৰিপুন বৰাই সোঁৱৰাই দিলে হিমন্ত বিশ্বৰ অতীত

August 31, 2025 9:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd