• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুশান্তৰ মৃত্যুৰ তদন্তৰ বাবে মুম্বাইত উপস্থিত হোৱা পাটনাৰ এছ পিক বিএমচিয়ে কৰিলে কোৱাৰেন্টাইন

এন ই নাও নিউজ by এন ই নাও নিউজ
August 3, 2020 11:09 am
WhatsApp Image 2020-08-03 at 10.21.01 AM

ফটো সৌজন্য: হিন্দুস্তান টাইমছ

393
VIEWS
Share on FacebookShare on Twitter

বলীউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তক লৈ বিহাৰ আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মাজত সংঘাত বৃদ্ধি পাইছে।

যোৱা মঙলবাৰে সুশান্তৰ পিতৃয়ে ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে পাটনাৰ ৰাজীৱ নগৰ আৰক্ষী থানাত সুশান্তক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাকে ধৰি একাধিক ধাৰাত গোচৰ দাখিল কৰিছিল।

সুশান্তৰ পিতৃৰ এজাহাৰৰ ভিত্তিত বিহাৰ আৰক্ষীৰ চাৰিজনীয়া এটা দল মুম্বাইত উপস্থিত হয়। মুম্বাই আৰক্ষীয়ে বিহাৰ আৰক্ষীৰ দলটোৰ সৈতে সম্পূৰ্ণ অসহযোগিতা কৰাৰ অভিযোগ উঠিছে।

বিহাৰ আৰক্ষী দলটোৰ নেতৃত্ব দিছে পাটনাৰ আৰক্ষী অধীক্ষক বিনয় তিৱাৰীয়ে। মহাৰাষ্ট্ৰ চৰকাৰে তেওঁক জোৰ কৰি কোৱাৰেন্টাইন কৰাৰ অভিযোগ উঠিছে।

দেওবাৰে নিশা বিহাৰ আৰক্ষীৰ সঞ্চালক প্ৰধান গুপ্তেশ্বৰ তিৱাৰীয়ে ছচিয়েল মিডিয়াৰ জৰিয়তে জানিবলৈ দিয়ে যে সুশান্তৰ মৃত্যুৰ তদন্তৰ বাবে চৰকাৰী ডিউটিত পাটনা আৰক্ষীৰ দল এটাৰ নেতৃত্ব লৈ দেওবাৰে মুম্বাইত উপস্থিত হোৱা আইপিএছ বিষয়া বিনয় তিৱাৰীক বিএমচিৰ বিষয়াসকলে নিশা ১১বজাত জোৰ কৰি কোৱাৰেন্টাইন কৰিছে।

এছ পি বিনয় তিৱাৰীক ১৪দিনৰ কোৱাৰেন্টাইনৰ নিৰ্দেশ দিয়া হৈছে। বিএমচিয়ে আন ৰাজ্যৰ পৰা অহা বাবেই কৰ’না বিধি মানি তেওঁ পৰৱৰ্তী ১৪ দিনৰ বাবে গৃহবন্দী হৈ থাকিব লাগিব বুলি জনায়।

উল্লেখ্য, ইয়াৰ পূৰ্বে পাটনা আৰক্ষীৰ দুগৰাকী আৰক্ষী পৰিদৰ্শক তদন্তৰ বাবে মুম্বাইলৈ আহিছিল যদিও তেওঁলোকক বৃহন্মুম্বাই পৌৰনিগমে কোৱাৰেন্টাইনৰ নিৰ্দেশ দিয়া নাছিল।

মুঠতে সুশান্তৰ মৃত্যুৰ তদন্তক লৈ বিহাৰ আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মাজত এক অঘোষিত সংঘাত আৰম্ভ হৈছে।

অহা ৫ আগষ্টত উচ্চতম ন্যায়ালয়ত এই গোচৰৰ শুনানি অনুষ্ঠিত হ’ব আৰু আদালতৰ ৰায়ৰ ওপৰতে সংশ্লিষ্ট সকলোৱে অপেক্ষা কৰিছে।

Recent News

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd