• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ব্ৰেথ এনালাইজাৰ’ পৰীক্ষাৰ ফল মদ্যপানৰ নিৰ্ণায়ক প্ৰমাণ নহয়; পাটনা উচ্চ ন্যায়ালয়ৰ পৰ্যবেক্ষণ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 20, 2025 5:10 pm
‘ব্ৰেথ এনালাইজাৰ’ পৰীক্ষাৰ ফল মদ্যপানৰ নিৰ্ণায়ক প্ৰমাণ নহয়; পাটনা উচ্চ ন্যায়ালয়ৰ পৰ্যবেক্ষণ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰেথ এনালাইজাৰ পৰীক্ষাই কোনোবাই মদ্যপান কৰিছে নে নাই তাৰ নিৰ্দিষ্ট প্ৰমাণ দিব নোৱাৰে। এই কথা শেহতীয়াকৈ পাটনা উচ্চ ন্যায়ালয়ে প্ৰকাশ কৰিছে। আইনী বাতৰি ৱেবছাইট ‘বাৰ এণ্ড বেঞ্চ’ৰ এক প্ৰতিবেদনত প্ৰকাশ কৰিছে।

প্ৰায়ে দেখা যায় যে আৰক্ষীয়ে চালক বা পথচাৰীক মুখত নলী থকা যন্ত্ৰ এটা ৰাখি মদ্যপান কৰি আছে নেকি পৰীক্ষা কৰে। কিন্তু পাটনা উচ্চ ন্যায়ালয়ে এই ব্ৰেথ এনালাইজাৰ পৰীক্ষাৰ জৰিয়তে কোনো চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব পৰা যাব নে তাক লৈয়েই প্ৰশ্ন উত্থাপন কৰে।

বিহাৰত দীৰ্ঘদিন ধৰি মদ্যপান, বিক্ৰী আৰু মজুত ৰখাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। সেই বিহাৰৰ বাসিন্দা নৰেন্দ্ৰ কুমাৰ ৰামক ২০২৪ চনৰ ২ মে’ত মদ সেৱনৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। আৰক্ষীয়ে জনোৱা মতে, বিহাৰৰ কিষানগঞ্জ নিবাসী নৰেন্দ্ৰক মাতাল অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

আৰক্ষীয়ে জনোৱা মতে, ব্ৰেথ এনালাইজাৰ পৰীক্ষাতো মদ্যপানৰ প্ৰমাণ পোৱা গৈছে। বিহাৰ সুৰা নিষেধাজ্ঞা আইনৰ অধীনত নৰেন্দ্ৰৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয়। ইয়াৰ পিছত তেওঁ পাটনা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

শেহতীয়াকৈ পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিবেক চৌধৰীয়ে নৰেন্দ্ৰৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰ খাৰিজ কৰে। উচ্চ ন্যায়ালয়ে লক্ষ্য কৰে যে এজন ব্যক্তিৰ উশাহ-নিশাহত সুৰাৰ গোন্ধ আৰু অসংলগ্ন কথা-বতৰা কেতিয়াও মদ্যপানৰ নিৰ্ণায়ক প্ৰমাণ হ’ব নোৱাৰে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশৰ কথাও সোঁৱৰাই দিয়ে পাটনা উচ্চ ন্যায়ালয়ে।

নৰেন্দ্ৰই আদালতত দাবী কৰিছিল যে তেওঁ পেটৰ চিকিৎসাৰ বাবে হোমিঅ’পেথিক ঔষধৰ দোকানলৈ গৈছিল। তাৰ পৰা দিয়া ঔষধত সুৰা থকা বুলিও তেওঁ কয়। নৰেন্দ্ৰই লগতে অভিযোগ কৰে যে তেওঁৰ শৰীৰত সুৰা আছে নে নাই সেইটো প্ৰমাণ কৰিবলৈ কোনো তেজ বা প্ৰস্ৰাৱ পৰীক্ষা কৰা হোৱা নাছিল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

August 25, 2025 8:17 pm
বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

August 25, 2025 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd