• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’নাৰ তৃতীয় ঢৌ অহাৰ আশংকাৰ মাজতে ধুবুৰীত শিশুক ‘পি চি ভি’ প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ

নিউমোনিয়া, মেনিনজাইটিছৰ পৰা শিশুক সুৰক্ষা দিয়াৰ পদক্ষেপ

মুকেশ সিং by মুকেশ সিং
July 1, 2021 7:56 am
dhu
241
VIEWS
Share on FacebookShare on Twitter

নিউমোক’ক্কাল সংক্ৰমণৰ ফলত হোৱা নিউমোনিয়া, মেনিনজাইটিছ, ছেপ্টিছেমিয়াৰ দৰে ৰোগৰ পৰা শিশুসকলক ৰক্ষা কৰাৰ বাবে ধুবুৰী জিলাত স্বাস্থ্যবিভাগে ক’ৰ’নাতংকৰ মাজতে ‘পি চি ভি’ প্ৰতিষেধক প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে৷

ধুবুৰী জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত এক অনুষ্ঠানত ‘নিউমোক’ক্কাল কনজুগেট’ নামৰ ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়৷

ধুবুৰী জিলাৰ উপায়ুক্ত অন্বামুথন এম পিয়ে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷ কেবাটাও শিশুক অনুষ্ঠানত ভেকচিন প্ৰদান কৰা হয়৷

স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰী, স্বাস্থ্য বিভাগৰ ধুবুৰী জিলাৰ যুটীয়া সঞ্চালক সহিতে স্বাস্থ্য বিভাগৰ কেবাজনো বিষয়া, কেবাগৰাকী আশা আৰু নাৰ্ছ অনুষ্ঠানত উপস্থিত থাকে৷
শিশুৰ জন্মৰ পৰা ছয় সপ্তাহ, ১৪ সপ্তাহ আৰু ৯ মাহত মুঠ তিনি পালিকৈ এই প্ৰতিষেধক প্ৰদান কৰা হ’ব৷

শিশুক প্ৰদান কৰা আন আন নিয়মীয়া প্ৰতিষেধকৰ দৰে ‘পি চি ভি’ প্ৰতিষেধকো সকলো চৰকাৰী স্বাস্থ্যকেন্দ্ৰত বিনামূলীয়াকৈ দিয়া হ’ব৷

এই ভেকচিনে নিউমোক’ক্কাছ বেক্টেৰিয়াই সৃষ্টি কৰা নিউমোক’ক্কাল সংক্ৰমণৰ ফলত হোৱা মেনিনজাইটিছ, ছেপ্টিচেমিয়া, নিউমোনিয়া আদি ৰোগৰ পৰা শিশুসকলক সুৰক্ষা দিব৷

উল্লেখ্য যে নিউমোক’ক্কাল নিউমোনিয়াত ভাৰতত ২০১০ চনত ১.০৫ লাখ লোক আৰু ২০১৫ চনত ৫৩,৩০০ লোকৰ মৃত্যু হৈছিল৷ দুবছৰতকৈ কম বয়সৰ শিশু এনে ৰোগত অধিক আক্ৰান্ত হয়৷

সেয়ে সকলো নৱজাতককে নিৰ্দিষ্ট সময়ত এই ভেকচিন দিয়াবলৈ ধুবুৰী জিলা উপায়ুক্তই সকলো পিতৃ-মাতৃ আৰু অভিভাৱকক আহ্বান জনায়৷

Recent News

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd