• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাৰ্ঘেৰিটাত খোৱা পানীৰ নামত বৰ বিহ বিক্ৰী “পাৱাৰ ইণ্ডিয়া” নামৰ ব্যৱসায়িক প্রতিষ্ঠানৰ

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
August 20, 2020 8:07 pm
Screenshot_20200820_181657

ফটো: নৰ্থইষ্ট নাও

202
VIEWS
Share on FacebookShare on Twitter

পেকেজ ড্ৰিংকিং মিনাৰেল ৱাটাৰৰ নামত একাংশ ব্যৱসায়ীয়ে আপোনাক খুৱাই আছে বৰ বিহ।

মাৰ্ঘেৰিটাৰ এগৰাকী কেন্সাৰ ৰোগীক চিকিৎসকে ৰোগী গৰাকীৰ অস্ত্ৰোপচাৰৰ পাছত ড্ৰিংকিং ৱাটাৰ খাবলৈ পৰামৰ্শ দিছিল আৰু সেই মৰ্মে কিছুদিনৰ পৰা মাৰ্ঘেৰিটা চেগুনবাৰীৰ তিনিআলিস্থিত “পাৱাৰ ইণ্ডিয়া” নামৰ বিশুদ্ধ খোৱাপানী প্ৰস্তুত কৰি বিক্ৰী কৰা প্ৰতিষ্ঠানটোৰ পৰা খোৱা পানী ক্ৰয় কৰি খাই আহিছিল।

কিন্তু খোৱা পানীৰ নামত বিষাক্ত শেলুৱৈ-গেদ যুক্ত পানী বটলত বিক্ৰী কৰি অহাৰ তথ্য পোহৰলৈ আহিছে।

ইতিমধ্যই ৰোগী গৰাকীৰ স্বামীয়ে ইয়াৰ পূৰ্বেও উক্ত প্ৰতিষ্ঠানটোৰ পৰা ৫০ লিটাৰ বটল ক্ৰয় কৰি কেন্সাৰ ৰোগী পত্নী গৰাকীক খাবলৈ দি আহিছিল যদিও আজি এই ঘটনা পোহৰলৈ আহে।

এই ঘটনা পোহৰলৈ অহাৰ পাছতেই আৰু বহুকেইগৰাকী ভুক্তভোগী লোকে “পাৱাৰ ইণ্ডিয়া” নামৰ এই প্ৰতিষ্ঠানটোৰ প্ৰতি ক্ষুণ্ণ হৈ পৰিছে।

এই সম্পৰ্কে মাৰ্ঘেৰিটা আৰক্ষী থানাত ভুক্তভোগী দিপেন বুঢ়াগোঁ‌হাইয়ে এটা গোচৰো দাখিল কৰিছে।

অনা অসমীয়া ব্যৱসায়ীয়ে অসমত ব্যৱসায় কৰি অসমীয়া ৰাইজকে বিশুদ্ধ খোৱা পানীৰ নামত বৰ বিহ সদৃশ পানী বিক্ৰী কৰি অহা এনে প্ৰতিষ্ঠান সমূহৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে মাৰ্ঘেৰিটাৰ সচেতন ৰাইজে।

Recent News

সত্যপাল-ধনখড়ক অৱজ্ঞা কৰিছে দলে; মুকলিকৈ মন্তব্য কৰি বহিষ্কৃত হ’ল বিজেপি নেতা

সত্যপাল-ধনখড়ক অৱজ্ঞা কৰিছে দলে; মুকলিকৈ মন্তব্য কৰি বহিষ্কৃত হ’ল বিজেপি নেতা

বাংলাদেশৰ পৰা আক্ৰমণৰ আশংকা; সতৰ্কতা জাৰি ইন্টেলিজেঞ্চ ব্যুৰোৰ

বাংলাদেশৰ পৰা আক্ৰমণৰ আশংকা; সতৰ্কতা জাৰি ইন্টেলিজেঞ্চ ব্যুৰোৰ

বাথৰুমত মোবাইল ব্যৱহাৰৰ ফলত হ’ব পাৰে কোষ্ঠকাঠিন্য! চিকিৎসকৰ সতৰ্কবাণী

বাথৰুমত মোবাইল ব্যৱহাৰৰ ফলত হ’ব পাৰে কোষ্ঠকাঠিন্য! চিকিৎসকৰ সতৰ্কবাণী

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd