• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পঞ্চতাৰকা যুক্ত হোটেলত বহি থকা সকলে প্ৰদূষণৰ বাবে দোষাৰোপ কৰে কৃষকক: উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2021 4:36 pm
Supreme Court says 'People sitting in 5-star hotels blame farmers'
182
VIEWS
Share on FacebookShare on Twitter

দিল্লীৰ বায়ু প্ৰদূষণ সংকট সন্দৰ্ভত এক শক্তিশালী স্থিতি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে আজি বিষয়টোৰ শুনানি গ্ৰহণ কৰি কয় যে দিল্লীৰ ৫ তাৰকা হোটেলত বহি থকা সকলে ৰাষ্ট্ৰীয় ৰাজধানীত বায়ু প্ৰদূষণ বৃদ্ধিৰ বাবে কৃষকসকলক দোষাৰোপ কৰি আহিছে। গোচৰটোৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ সূৰ্য কান্তে আজি কেন্দ্ৰক তীব্ৰ সমালোচনা কৰে।

“আমি কৃষকসকলৰ দুৰ্দশা দেখিছো । পঞ্চতাৰকা, সপ্ততাৰকা হোটেলত বাহৰ পতা ধনৱন্ত লোকসকলে প্ৰদূষণৰ ক্ষেত্ৰত ৪০ শতাংশ অৰিহণা যোগায়,কিন্তু সেইয়া স্বীকাৰ নকৰে আৰু প্ৰদূষণৰ বাবে কৃষকসকলক জগৰীয়া কৰে। অথচ নিষেধাজ্ঞাৰ স্বত্বেও আতচবাজী জ্বলি থকাৰ কথাটো আমি উপেক্ষা কৰোঁ?” উচ্চতম ন্যায়ালয়ে আজি কয়।

উচ্চতম ন্যায়ালয়ে দিল্লী চৰকাৰৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিৰ দাখিলৰ প্ৰতি সঁহাৰি জনায়, য’ত উল্লেখ কৰা হৈছে যে কৃষকসকলে পৰা জ্বলোৱাটো বায়ু প্ৰদূষণৰ অন্যতম অৱদানকাৰী আছিল যাক সমাধান কৰিব লাগিব আৰু বিষয়টোত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি উল্লেখ কৰিব লাগিব।

মুখ্য ন্যায়াধীশ এন ভি ৰমনাই মন্তব্য কৰে যে চৰকাৰ কিছু দায়িত্ব থাকিব লাগিব। ন্যায়িক আদেশৰ জৰিয়তে সকলো কৰিব নোৱাৰি। দেৱালীৰ পিছতো ১০ দিনলৈকে দিল্লীত কিয় আতচবাজী জ্বলাবলৈ অনুমতি দিয়া হৈছিল বুলি প্ৰশ্ন কৰে মুখ্য ন্যায়াধীশে।

বিচাৰপীঠে পুনৰ কৈছিল যে কৃষকসকলক শাস্তি দিয়াৰ প্ৰৱণতা নাই আৰু চৰকাৰে তেওঁলোকক নৰা জ্বলোৱা বন্ধ কৰিবলৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰা উচিত।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত নৰা জ্বলোৱাৰ বাবে বায়ু প্ৰদূষণ সন্দৰ্ভত দিল্লীৰ এজন ১৭ বছৰীয়া ছাত্ৰৰ দ্বাৰা দাখিল কৰা গোচৰৰ শুনানি গ্ৰহণ কৰি আছে।

Recent News

কলিয়াবৰত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ : স্থানীয় লোকে উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক

কলিয়াবৰত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ : স্থানীয় লোকে উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক

গোৱালপাৰাত ব্যাপক উচ্ছেদ অভিযান! ১৫০০ বিঘা মাটিৰ পৰা উচ্ছেদ ৬০০ৰো অধিক পৰিয়াল

গোৱালপাৰাত ব্যাপক উচ্ছেদ অভিযান! ১৫০০ বিঘা মাটিৰ পৰা উচ্ছেদ ৬০০ৰো অধিক পৰিয়াল

শিৱসাগৰত অ’এনজিচিৰ তৈলক্ষেত্ৰত গেছ লিকঃ দুৰ্গন্ধৰ লগতে অগ্নিকাণ্ডৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ

শিৱসাগৰত অ’এনজিচিৰ তৈলক্ষেত্ৰত গেছ লিকঃ দুৰ্গন্ধৰ লগতে অগ্নিকাণ্ডৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ

চোৰাং চিকাৰৰ ঘটনাত সন্ধানহীন ১.৮ কেজি ওজনৰ হাতীৰ দাঁত উদ্ধাৰ ডিগবৈ বন বিভাগৰ

চোৰাং চিকাৰৰ ঘটনাত সন্ধানহীন ১.৮ কেজি ওজনৰ হাতীৰ দাঁত উদ্ধাৰ ডিগবৈ বন বিভাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd