• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পোহনীয়া কুকুৰৰ কাণ্ড! খাই পেলালে নগদ ৩ লাখ ৩৩ হাজাৰ টকা, মূৰে-কপালে হাত দম্পতীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 7, 2024 11:19 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পোহনীয়া কুকুৰৰ কাণ্ড শুনিলে চকু কপালত উঠিব। খাই পেলালে নগদ চাৰি হাজাৰ ডলাৰ। ভাৰতীয় মুদ্ৰাত প্ৰায় ৩ লাখ ৩৩ হাজাৰ টকা।

এই ঘটনা সংঘটিত হৈছে ব্ৰিটেইনত। এহাল দম্পতীৰ সন্মুখতে তেওঁলোকৰ মৰমৰ পোহনীয়া কুকুৰটোৱে তেওঁলোকৰ ৪ হাজাৰ ডলাৰ চোবাই খাইছিল।

এই ঘটনাত স্তম্ভিত হৈ পৰে দম্পতীহাল। তেওঁলোকে অসহায় হৈ থিয় হৈ দৃশ্যটো চোৱাৰ বাহিৰে একো কৰিব নোৱাৰিলে।

লগতে পঢ়কঃ `পুত্ৰ তেতিয়ালৈকে নিজৰ হৈ থাকে যেতিয়ালৈকে বোৱাৰী নাহে’- মন্তব্য দেশৰ `পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ’!

৩৩ বছৰীয়া কেৰী ল’ৱে কয় যে তেওঁলোকৰ পোহনীয়া কুকুৰটোৱে পাকঘৰৰ কাউণ্টাৰত থকা ধনখিনিৰ ওপৰত জপিয়াই পৰিছিল। তাৰ পিছত টকাবোৰ চোবাই খাবলৈ ধৰে। বিশেষ প্ৰয়োজনৰ বাবে বেংকৰ পৰা টকাখিনি আনি পাকঘৰৰ কাউণ্টাৰত ৰাখিছিল বুলি দম্পতীহালে কয়।

View this post on Instagram

A post shared by Carrie Law (@ooolalaw)

দম্পতীহালে কুকুৰটোৰ মুখৰ পৰা টকাখিনি উলিয়াই আনিবলৈ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয়। জানিব পৰা মতে, বেংকে ফাটি যোৱা যিবোৰ নোটৰ ছিৰিয়েল নম্বৰ দেখা গৈছে, সেইবোৰ সলনি কৰি দিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত আৰোপ ৪০ শতাংশ জি এছ টি : তথাপি কিয় বঢ়া নাই চিগাৰেট-গুটখাৰ মূল্য?

ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত আৰোপ ৪০ শতাংশ জি এছ টি : তথাপি কিয় বঢ়া নাই চিগাৰেট-গুটখাৰ মূল্য?

September 4, 2025 6:05 pm
দিল্লীত অভিলেখ ১১০০ কোটি টকাত বিক্ৰী হ’ল নেহৰুৰ স্মৃতি বিজড়িত বাংলো!

দিল্লীত অভিলেখ ১১০০ কোটি টকাত বিক্ৰী হ’ল নেহৰুৰ স্মৃতি বিজড়িত বাংলো!

September 4, 2025 5:08 pm
কা সম্পৰ্কে জাৰি কৰা নতুন নিয়ম বাতিলৰ দাবীত ১১ ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ

কা সম্পৰ্কে জাৰি কৰা নতুন নিয়ম বাতিলৰ দাবীত ১১ ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ

September 4, 2025 4:50 pm
অসম চৰকাৰৰ ৰাজ্যিক শিক্ষক বঁটা ২০২৫ ঘোষণা : জানো আহক কৃতি শিক্ষকসকলৰ নাম

অসম চৰকাৰৰ ৰাজ্যিক শিক্ষক বঁটা ২০২৫ ঘোষণা : জানো আহক কৃতি শিক্ষকসকলৰ নাম

September 4, 2025 4:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত আৰোপ ৪০ শতাংশ জি এছ টি : তথাপি কিয় বঢ়া নাই চিগাৰেট-গুটখাৰ মূল্য?

ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত আৰোপ ৪০ শতাংশ জি এছ টি : তথাপি কিয় বঢ়া নাই চিগাৰেট-গুটখাৰ মূল্য?

September 4, 2025 6:05 pm
দিল্লীত অভিলেখ ১১০০ কোটি টকাত বিক্ৰী হ’ল নেহৰুৰ স্মৃতি বিজড়িত বাংলো!

দিল্লীত অভিলেখ ১১০০ কোটি টকাত বিক্ৰী হ’ল নেহৰুৰ স্মৃতি বিজড়িত বাংলো!

September 4, 2025 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd