• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

`পুত্ৰ তেতিয়ালৈকে নিজৰ হৈ থাকে যেতিয়ালৈকে বোৱাৰী নাহে’- মন্তব্য দেশৰ `পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ’!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 7, 2024 10:02 am
ন্যায়াধীশ বি ভি নাগাৰত্না। ফটোঃ সংগ্ৰহীত।

ন্যায়াধীশ বি ভি নাগাৰত্না। ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সকলো ঠিকে ঠাকে থাকিলে তেওঁ দেশৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হ’ব। সেই বি ভি নাগাৰত্নাৰ এটা মন্তব্যই আইনী মহলত আলোড়নৰ সৃষ্টি কৰিছে। উচ্চতম ন্যায়ালয়ৰ ভৱিষ্যত মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “বোৱাৰী নহালৈকে পুত্ৰ নিজৰ হৈ থাকে।কিন্তু আপোনাৰ ছোৱালীজনী সদায় আপোনাৰ ছোৱালী হৈয়েই থাকিব।”

বি ভি নাগাৰত্না কেৱল এগৰাকী ন্যায়াধীশ নহয়, এগৰাকী মহিলা উন্নয়ন কৰ্মীও। দেশৰ ভৱিষ্যত মুখ্য ন্যায়াধীশগৰাকীয়ে শনিবাৰে এক অনুষ্ঠানত মহিলা সবলীকৰণ সন্দৰ্ভত কেইবাটাও উল্লেখযোগ্য মন্তব্য আগবঢ়ায়।

লগতে পঢ়কঃ নিশাৰ ভিতৰতে সন্ধান ওলাল ২৬ গৰাকী নিৰুদ্দিষ্ট কিশোৰীৰ; চহৰৰ বিভিন্ন প্ৰান্তত কি কৰি আছিল? তদন্তত আৰক্ষী

Apply Now

তেওঁ কয়, বিবাহ নামৰ অনুষ্ঠানটোক জীয়াই ৰখাৰ প্ৰয়োজন। কিন্তু সেই অনুষ্ঠানত নাৰীৰ অস্তিত্বৰ সংকট হ’ব নালাগে। নাৰীসকল যাতে পুৰুষৰ অধীন হৈ থাকি নাযায়। মহিলাসকলো পৰিয়ালৰ সকলোৰে প্ৰতি যথাযথ সন্মানৰ যোগ্য। এজন সফল পুৰুষৰ আঁৰত কেৱল মহিলাই নহয় গোটেই পৰিয়ালটোৱে থাকক।

ন্যায়াধীশ নাগাৰত্নাই কয়, আজিও দেশৰ বহু অঞ্চলত নাৰী ঘৃণাৰ বলি হৈছে। আজিও মহিলাসকলক গৰ্ভৱতী হয় নে, শেষ মাহেকীয়া কেতিয়া হৈছিল সেই প্ৰশ্ন কৰা হয়। আজিও এগৰাকী মহিলাই যেতিয়া প্ৰসূতিকালীন ছুটীত গৈ উভতি আহে, দেখা পায় যে তেওঁৰ ঠাইত আন কোনোবা এজনে চাকৰি কৰি আছে। ব্যক্তিগত খণ্ডৰ এই বিভাজন দূৰ কৰাৰ সময় আহি পৰিছে। এই সকলোবোৰ ৰোধ কৰিবলৈ ন্যায়পালিকাৰ ভূমিকাও গুৰুত্বপূৰ্ণ বুলি ন্যায়াধীশগৰাকীয়ে ভাবে।

লগতে পঢ়কঃ অপ্ৰতিৰোধ্য ISRO! ভাৰতে ৰচনা কৰিলে ইতিহাস; চূড়ান্ত কক্ষপথত বহি আদিত্য এল ১ ৰ সূৰ্য নমস্কাৰ

২০২৭ চনত দেশৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হ’ব পাৰে ন্যায়াধীশ বি ভি নাগাৰাত্না। বৰ্তমান কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে বি ভি নাগাৰত্না। ২০০৮ চনত তেওঁ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। দুবছৰমান পিছত তেওঁ স্থায়ী ন্যায়াধীশ হয়। অৱশেষত যদি তেওঁ দেশৰ মুখ্য ন্যায়াধীশ হয় তেন্তে সেয়া নিঃসন্দেহে এক ঐতিহাসিক মুহূৰ্ত হ’ব। সেই ন্যায়াধীশৰ পুত্ৰসকলক লৈ কৰা মন্তব্যক কেন্দ্ৰ কৰি সম্প্ৰতি তুমুল চৰ্চা চলি আছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd