• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পেট্ৰ’ল-ডিজেলত কৰ বৃদ্ধিৰ সম্ভাৱনা; ইয়াক লৈ ৰাহুলৰ মন্তব্য : প্ৰধান মন্ত্ৰী ডাঙৰীয়া, জনসাধাৰণক লুটিবলৈ এৰক

এন ই নাও নিউজ by এন ই নাও নিউজ
October 28, 2020 10:17 am
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

1.4k
VIEWS
Share on FacebookShare on Twitter

গুৰুতৰ অৰ্থনৈতিক সংকটৰ মাজেৰে গতি কৰি আছে দেশ। আৰু এই সময়তেই নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলত কৰ বৃদ্ধি কৰাৰ চিন্তা চৰ্চা কৰা বুলি জানিব পৰা গৈছে।

কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেলত আবকাৰী শুল্ক ৩ৰ পৰা ৬ টকালৈ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।

এই খবৰ জানিব পাৰি কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল গান্ধীয়ে টুইটযোগে পুনৰ এবাৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে।

গান্ধীয়ে টুইটত কয়, ‘প্ৰধান মন্ত্ৰী ডাঙৰীয়া, জনসাধাৰণক লুটিবলৈ এৰক, নিজৰ মিত্ৰ সকলক টকা দিবলৈ এৰক, আত্মনিৰ্ভৰ হওক’।

উল্লেখ্য যে ক’ৰ’না মহামাৰীৰ বাবে দেশত সৃষ্টি হোৱা ভয়ানক আৰ্থিক সংকটৰ পৰা পৰিত্ৰাণ লাভৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লোৱা বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে।

যদি চৰকাৰে পেট্ৰ’ল-ডিজেলত আবকাৰী শুল্ক বৃদ্ধি কৰে তেন্তে এই বিত্তীয় বৰ্ষত ৬০০০০ কোটি টকা আদায়ৰ সম্ভাৱনা আছে।

জানিব পৰা মতে, আবকাৰী শুল্ক বৃদ্ধিৰ বাবে শীৰ্ষ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈ আছে আৰু এই সন্দৰ্ভত অতি শীঘ্ৰে ঘোষণা কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে চৰকাৰে পেট্ৰ’ল-ডিজেলত আবকাৰী শুল্ক বৃদ্ধি কৰিলেও ইয়াৰ প্ৰভাৱ যাতে খুচুৰা ব্যৱসায়ত নপৰে তাৰ প্ৰতি বিশেষভাৱে ব্যৱস্থা গ্ৰহণ কৰিব।

ইফালে, দেশত যোৱা এমাহ ধৰি পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি হোৱা নাই সেয়ে আবকাৰী শুল্ক বৃদ্ধি কৰা এইটো উপযুক্ত সময় বুলি অভিহিত কৰিছে বিশেষজ্ঞ সকলে।

Recent News

আৰু এগৰাকী সোনম! ৰাজাৰ দৰেই নিৰ্মম হত্যা ৰবীন্দ্ৰকো; গ্ৰেপ্তাৰ পত্নী আৰু তেওঁৰ প্ৰেমিক

আৰু এগৰাকী সোনম! ৰাজাৰ দৰেই নিৰ্মম হত্যা ৰবীন্দ্ৰকো; গ্ৰেপ্তাৰ পত্নী আৰু তেওঁৰ প্ৰেমিক

হিতাধিকাৰীৰ চান কাঢ়ি খালে মন্ত্ৰী পত্নীয়ে : কি অভাৱত মন্ত্ৰী জয়ন্ত মল্লৰ পত্নীয়ে ল’লে দুগ্ধ ব্যৱসায়ীৰ বাবে অহা ৫০ লাখ টকা

হিতাধিকাৰীৰ চান কাঢ়ি খালে মন্ত্ৰী পত্নীয়ে : কি অভাৱত মন্ত্ৰী জয়ন্ত মল্লৰ পত্নীয়ে ল’লে দুগ্ধ ব্যৱসায়ীৰ বাবে অহা ৫০ লাখ টকা

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : জানো আহক যোগৰ মহত্ব আৰু গুৰুত্ব

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : জানো আহক যোগৰ মহত্ব আৰু গুৰুত্ব

অভূতপূৰ্ব কৃতিত্ব, চন্দ্ৰত বিধ্বস্ত জাপানী মহাকাশযানৰ ধ্বংসাৱশেষ চিনাক্ত কৰিলে চন্দ্ৰযান-২য়ে

অভূতপূৰ্ব কৃতিত্ব, চন্দ্ৰত বিধ্বস্ত জাপানী মহাকাশযানৰ ধ্বংসাৱশেষ চিনাক্ত কৰিলে চন্দ্ৰযান-২য়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd