• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশৰ ইতিহাসত প্ৰথম : এখন ৰাজ্যত শতক অতিক্ৰম কৰিলে পেট্ৰ’লৰ মূল্যই

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2021 6:25 pm
index.jpgbb
516
VIEWS
Share on FacebookShare on Twitter

মূল্যবৃদ্ধিয়ে কোঙা কৰি আহিছে দেশৰ জনগণক।

অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ইন্ধজাত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনগণৰ কঁকাল ভাঙি পেলোৱাৰ সময়তে দেশত মূল্যবৃদ্ধিয়ে ৰচিছে নতুন ইতিহাস।

হয়, দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ইন্ধনৰ মূল্যই শতকৰ ঘৰ স্পৰ্শ কৰিছে। ৰাজস্থানত পেট্ৰ’লৰ মূল্যই আজি শতক ঘৰ অতিক্ৰম কৰিছে।

ৰাজ্যখনৰ চৰকাৰে একেৰাহে নৱমবাৰৰ বাবে ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি কৰাৰ ফলত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ১০০ টকালৈ বৃদ্ধি পাইছে।

মংগলবাৰে নিশা পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত ২৫ পইচা বৃদ্ধি কৰাৰ লগে লগে আজিৰ পৰা ৰাজ্যখনত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য হৈছে ১০০.১৩ টকা।

উল্লেখ্য যে দেশৰ ভিতৰত ৰাজস্থান হৈছে সৰ্বোচ্চ হাৰত মূল্য সংযোজিত কৰ(VAT) সংগ্ৰহ কৰা ৰাজ্য। ইয়াৰ ফলতে ৰাজ্যখনত ইন্ধনজাত পণ্যই শতক স্পৰ্শ কৰিছে।

Recent News

আলফা(স্বাধীনৰ)সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ জাতীয় দল অসমৰ নেতা প্ৰণৱ জ্যোতি চেতিয়া

আলফা(স্বাধীনৰ)সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ জাতীয় দল অসমৰ নেতা প্ৰণৱ জ্যোতি চেতিয়া

গাৰ নোম শিয়ৰি উঠা ঘটনা! প্ৰথম মানৱ কংকাল উদ্ধাৰ, ধৰ্মস্থলৰ গণ সমাধি কাণ্ডত নতুন চাঞ্চল্য

গাৰ নোম শিয়ৰি উঠা ঘটনা! প্ৰথম মানৱ কংকাল উদ্ধাৰ, ধৰ্মস্থলৰ গণ সমাধি কাণ্ডত নতুন চাঞ্চল্য

টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত ইংলেণ্ডৰ; পঞ্চম টেষ্টত খেলা নাই বুমৰাহ, আৰম্ভণিতে উইকেট হেৰুৱালে ভাৰতে

টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত ইংলেণ্ডৰ; পঞ্চম টেষ্টত খেলা নাই বুমৰাহ, আৰম্ভণিতে উইকেট হেৰুৱালে ভাৰতে

অভিযন্তা যোশিতা দাসৰ মৃত্যুৰ চিবিআইৰ তদন্তত অনুমোদন অসম চৰকাৰৰ

অভিযন্তা যোশিতা দাসৰ মৃত্যুৰ চিবিআইৰ তদন্তত অনুমোদন অসম চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd