• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 29, 2022 1:06 pm
184
VIEWS
Share on FacebookShare on Twitter

চাৰিজন ভাৰতীয়কে ধৰি ২২ জন যাত্ৰীৰ সৈতে নেপালৰ এখন বিমান সন্ধানহীন হৈছে। বাতৰি অনুসৰি তাৰা এয়াৰৰ ৯ এনএইটি বিমানখন নেপালৰ পোখৰাৰ পৰা জোমচামলৈ উৰা মাৰিছিল। পুৱা ৯-৫৫ বজাৰ পিছৰে পৰা এয়াৰ ট্ৰেফিক নিয়ন্ত্ৰণৰ সৈতে বিমানখনৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে।

মুখ্য জিলা বিষয়া গৰাকীয়ে সংবাদ সংস্থাক জানিবলৈ দি কয়, “বিমানখন শেষবাৰৰ বাবে মুস্তাং জিলাৰ জোমচামৰ আকাশত দেখা গৈছিল। তাৰপিছত বিমানখনে ধৌলাগিৰি শৃংগৰ পিনে ঘুৰিছিল। তেতিয়াৰ পৰা বিমানখনৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন হৈ আছে।‘’

লগতে পঢ়ক: Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

গৃহ মন্ত্ৰালয়ৰ মুখপাত্ৰ ফডীন্দ্ৰ মণি পোখৰেলে সংবাদ মাধ্যমক জানিবলৈ দি কয়, “নেপালৰ গৃহ মন্ত্ৰালয়ে সন্ধানহীন বিমানখন বিচাৰি উলিয়াবলৈ মুস্তাং আৰু পোখৰাৰ পৰা দুখন ব্যক্তিগত হেলিকপ্টাৰ নিয়োগ কৰিছে। নেপাল সেনাৰ হেলিকপ্টাৰসমূহো অনুসন্ধান চলাবৰ বাবে সাজু কৰা আছে।‘’

তেওঁ লগতে কয় যে নেপালী সেনাৰ এখন এমআই-১৭ হেলিকপ্টাৰ ইতিমধ্যে মুস্তাঙৰ লেটলৈ ৰাওনা হৈছে। তাতেই এয়াৰ প্লেনখন দুৰ্ঘটনাগ্ৰস্ত হে ভাঙি পৰা বুলি আনুমান কৰা হৈছে। 

Recent News

অপাৰেচন সিন্দুৰৰ সফলতা উদযাপনৰ সময়তে যুদ্ধাস্ত্ৰ যোগানক লৈ উদ্বেগ বায়ুসেনাৰ মুৰব্বীৰ

অপাৰেচন সিন্দুৰৰ সফলতা উদযাপনৰ সময়তে যুদ্ধাস্ত্ৰ যোগানক লৈ উদ্বেগ বায়ুসেনাৰ মুৰব্বীৰ

পঞ্জাবক পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে আইপিএলৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

পঞ্জাবক পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে আইপিএলৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

সৰ্বসাধাৰণৰ হাতত মাৰণাস্ত্ৰ তুলি দিব বিচৰা সিদ্ধান্তক শান্তি আৰু ঐক্যৰ স্বাৰ্থত প্ৰত্যাহাৰৰ দাবী আপৰ

সৰ্বসাধাৰণৰ হাতত মাৰণাস্ত্ৰ তুলি দিব বিচৰা সিদ্ধান্তক শান্তি আৰু ঐক্যৰ স্বাৰ্থত প্ৰত্যাহাৰৰ দাবী আপৰ

বাংলাদেশত আগতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰাটো নিতান্তই প্ৰয়োজনীয়ঃ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালৰ মন্তব্য

বাংলাদেশত আগতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰাটো নিতান্তই প্ৰয়োজনীয়ঃ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালৰ মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd