• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঝাৰখণ্ডত বহুমহলীয়া অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড: ১৪ গৰাকীৰ মৃত্যু, আহত ১২ গৰাকী

মৃতকৰ পৰিয়াললৈ ২ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 1, 2023 10:06 am
Massive Fire in Dhanbad
138
VIEWS
Share on FacebookShare on Twitter

ঝাৰখণ্ডৰ ধনবাদস্থিত এক বহুমহলীয়া অট্টালিকাত কালি নিশা সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডত ১৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ১২ গৰাকী লোক আহত হয়। ৰাজ্যৰ মুখ্য সচিব সুখদেৱ সিঙে সংবাদ মাধ্যমৰ আগত এই শোকাৱহ ঘটনাত হোৱা হতাহতৰ বিষয়ে সদৰী কৰে।

অগ্নিকাণ্ডৰ সঠিক কাৰণ এইপৰ্যন্ত জানিব পৰা নাই বুলি তেওঁ লগতে উল্লেখ কৰে। এই ঘটনাত শোকাৱহভাৱে প্ৰাণ হেৰুওৱাসকলৰ ভিতৰত ১০ গৰাকী মহিলা আৰু তিনিটি শিশুও আছে বুলি সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

ৰাজধানী ৰাঁচীৰ পৰা প্ৰায় ১৬০ কিলোমিটাৰ দূৰত্বত অৱস্থিত চহৰখনৰ ব্যস্ত অঞ্চল জোৰাফাটকৰ আশ্বিৰ্ৱাদ টাৱাৰ নামৰ এক ১৩ মহলীয়া অট্টালিকাত সন্ধিয়াৰ ভাগত এই অগ্নিকাণ্ড সংঘটিত হয়। এই বিধ্বংসী জুই নুমুৱাবলৈ প্ৰায় ৪০ খন অগ্নিনিৰ্বাপক বাহন ঘটনাস্থলীলৈ প্ৰেৰণ প্ৰশাসনিক বিষয়া এগৰাকীয়ে জানিবলৈ দিয়ে।

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে ঘটনা সন্দৰ্ভত মন্তব্য কৰি ঘটনাস্থলীত জিলা প্ৰশাসনে জৰুৰীকালীনভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু আহতসকলৰ চিকিৎসা চলি আছে বুলি জানিবলৈ দিয়ে।

ধনবাদৰ উপ আয়ুক্ত সন্দীপ কুমাৰে ঘটনাস্থলীৰ পৰা আহতসকলক উদ্ধাৰ কৰি স্থানীয় মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় বুলি জানিবলৈ দিয়ে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ স্পষ্ট হোৱা নাই যদিও স্থানীয় ৰাইজৰ ভাষ্যৰ ভিত্তিত অট্টালিকাটোত চলি থকা পূজাৰ পৰা জুই লগা বুলি সন্দেহ কৰা হৈছে।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভয়াৱহ অগ্নিকাণ্ডত নিহতসকলৰ প্ৰতি প্ৰকাশ কৰাৰ লগতে আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে। তেওঁ লগতে মৃতকৰ পৰিয়ালৰ বাবে ২ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে এই ঘটনাত আহতসকলৰ বাবেও ৫০,০০০ টকাকৈ ক্ষতিপূৰণ অনুমোদন জনোৱা হৈছে বুলি ঘোষণা কৰে।

Recent News

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd