• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেবল সৰ্ববৃহৎ গণতন্ত্ৰই নহয়, বিশ্বৰ গণতন্ত্ৰৰ জননী ভাৰত: ৰাজ্যসভাত প্ৰধানমন্ত্ৰী মোদী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 8, 2021 12:53 pm
PM Modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে ৰাজ্যসভাত বিৰোধীসকলক কঠোৰভাৱে আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে গণতন্ত্ৰক লৈ বিৰোধীসকলে যি কৈছে মানুহে সেয়া বিশ্বাস নকৰে। ‘ভাৰত কেবল বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰই নহয়, সমগ্ৰ বিশ্বৰ গণতন্ত্ৰৰ জননী ভাৰত’।

বিৰোধীসকলে সংসদত ৰাষ্ট্ৰপতিৰ ভাষণ বৰ্জন কৰাৰ পাছত ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধীসকলৰ এনে পদক্ষেপৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।

গণতন্ত্ৰক লৈ বিৰোধীসকলক আক্ৰমণৰ লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে কয়,’’ নেতাজীয়ে গণতন্ত্ৰ পথ দেখুৱাইছিল। যুৱ প্ৰজন্মক নেতাজীৰ আদৰ্শৰ শিক্ষা দিয়া প্ৰয়োজন।‘’

কৰ’নাৰ পাছত ভাৰতীয় অৰ্থনীতি পুনৰ উজ্জীৱিত হৈ পৰা বুলি দাবী কৰে প্ৰধানমন্ত্ৰীয়ে।

তেওঁ কয়,’’খাদ্য শস্যৰ উৎপাদনত অভিলেখ গঢ়িছে দেশে। কেবল কৃষি আন্দোলনক লৈ কথা চলিছে। ৰাষ্ট্ৰপতিৰ ভাষণত আত্মনিৰ্বৰ ভাৰতৰ আশা জগাইছে। বিৰোধীসকলে ৰাষ্ট্ৰপতিৰ ভাষণ বৰ্জন কৰিছে।‘’

বিৰোধীসকলৰ নতুন কৃষি আইনক লৈ কৰা প্ৰবল প্ৰতিবাদৰ সন্দৰ্ভতো বক্তব্য ৰাখে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয়,’’কৃষক আন্দোলনক লৈ বিৰোধীসকলে কথা কৈছে। কিন্তু কৃষিমন্ত্ৰীৰ প্ৰশ্নৰ উত্তৰ কোনোৱে দিয়া নাই।‘’

তেওঁ কয় যে দেশৰ ৩৩শতাংশ কৃষকৰ ২ বিঘাতকৈয়ো কম মাটি আছে। ১৮ শতাংশ কৃষকৰ আছে ২/৪বিঘা মাটি।সমগ্ৰ দেসতে ক্ষুদ্ৰ কৃষকৰ সংখ্যা ৬৮ শতাংশ আৰু ৮৬শতাংশ কৃষকৰে মাটি ২বিঘাতকৈয়ো কম বুলি উল্লেখ কৰে মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ক্ষুদ্ৰ কৃষকসকলে ঋণ ৰেহাইৰ সুবিধা নাপায়। কিয়নো তেওঁলোকৰ বেংক একাউন্ট নাই। সেইদৰে ক্ষুদ্ৰ কৃষকে বীমাৰ সুবিধাও নাপায়। দেশত এনে কৃষকৰ সংখ্যা  ১২ কোটি বুলি তেওঁ উল্লেখ কৰে। ২০১৪চনৰ পাছত ক্ষুদ্ৰ কৃষকসকল শস্য বীমাৰ ওতালৈ অহা বুলিও তেওঁ সদৰী কৰে।           

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd