• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেবল সৰ্ববৃহৎ গণতন্ত্ৰই নহয়, বিশ্বৰ গণতন্ত্ৰৰ জননী ভাৰত: ৰাজ্যসভাত প্ৰধানমন্ত্ৰী মোদী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 8, 2021 12:53 pm
PM Modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে ৰাজ্যসভাত বিৰোধীসকলক কঠোৰভাৱে আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে গণতন্ত্ৰক লৈ বিৰোধীসকলে যি কৈছে মানুহে সেয়া বিশ্বাস নকৰে। ‘ভাৰত কেবল বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰই নহয়, সমগ্ৰ বিশ্বৰ গণতন্ত্ৰৰ জননী ভাৰত’।

Apply Now

বিৰোধীসকলে সংসদত ৰাষ্ট্ৰপতিৰ ভাষণ বৰ্জন কৰাৰ পাছত ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধীসকলৰ এনে পদক্ষেপৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।

গণতন্ত্ৰক লৈ বিৰোধীসকলক আক্ৰমণৰ লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে কয়,’’ নেতাজীয়ে গণতন্ত্ৰ পথ দেখুৱাইছিল। যুৱ প্ৰজন্মক নেতাজীৰ আদৰ্শৰ শিক্ষা দিয়া প্ৰয়োজন।‘’

কৰ’নাৰ পাছত ভাৰতীয় অৰ্থনীতি পুনৰ উজ্জীৱিত হৈ পৰা বুলি দাবী কৰে প্ৰধানমন্ত্ৰীয়ে।

তেওঁ কয়,’’খাদ্য শস্যৰ উৎপাদনত অভিলেখ গঢ়িছে দেশে। কেবল কৃষি আন্দোলনক লৈ কথা চলিছে। ৰাষ্ট্ৰপতিৰ ভাষণত আত্মনিৰ্বৰ ভাৰতৰ আশা জগাইছে। বিৰোধীসকলে ৰাষ্ট্ৰপতিৰ ভাষণ বৰ্জন কৰিছে।‘’

বিৰোধীসকলৰ নতুন কৃষি আইনক লৈ কৰা প্ৰবল প্ৰতিবাদৰ সন্দৰ্ভতো বক্তব্য ৰাখে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয়,’’কৃষক আন্দোলনক লৈ বিৰোধীসকলে কথা কৈছে। কিন্তু কৃষিমন্ত্ৰীৰ প্ৰশ্নৰ উত্তৰ কোনোৱে দিয়া নাই।‘’

তেওঁ কয় যে দেশৰ ৩৩শতাংশ কৃষকৰ ২ বিঘাতকৈয়ো কম মাটি আছে। ১৮ শতাংশ কৃষকৰ আছে ২/৪বিঘা মাটি।সমগ্ৰ দেসতে ক্ষুদ্ৰ কৃষকৰ সংখ্যা ৬৮ শতাংশ আৰু ৮৬শতাংশ কৃষকৰে মাটি ২বিঘাতকৈয়ো কম বুলি উল্লেখ কৰে মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ক্ষুদ্ৰ কৃষকসকলে ঋণ ৰেহাইৰ সুবিধা নাপায়। কিয়নো তেওঁলোকৰ বেংক একাউন্ট নাই। সেইদৰে ক্ষুদ্ৰ কৃষকে বীমাৰ সুবিধাও নাপায়। দেশত এনে কৃষকৰ সংখ্যা  ১২ কোটি বুলি তেওঁ উল্লেখ কৰে। ২০১৪চনৰ পাছত ক্ষুদ্ৰ কৃষকসকল শস্য বীমাৰ ওতালৈ অহা বুলিও তেওঁ সদৰী কৰে।           

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd