• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিলে এছিয়াৰ সৰ্ববৃহৎ ৰেৱা সৌৰশক্তি প্ৰকল্প

এন ই নাও নিউজ by এন ই নাও নিউজ
July 10, 2020 1:26 pm
CREATOR: gd-jpeg v1.0 (us
2.3k
VIEWS
Share on FacebookShare on Twitter

সৌৰ শক্তি উৎপাদনৰ ক্ষেত্ৰত ভাৰতে আজি আৰু এঢাপ আগুৱাই গ’ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মুকলি কৰিলে এছিয়াৰ সৰ্ববৃহৎ সৌৰ শক্তি প্ৰকল্প ৰেৱা সৌৰ শক্তি প্ৰকল্প।

প্ৰায় ১৫০০ হেক্টৰ ভূমিত স্থাপন কৰা এই সৌৰ শক্তি প্ৰকল্পত ৭০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পৰা যাব।

সৌৰ শক্তি প্ৰকল্পটো দেশৰ নামত উচৰ্গা কৰি মোদীয়ে কয় যে দেশে অপৰম্পৰাগত শক্তিৰ উৎপাদন তথা ব্যৱহাৰত ঈৰ্ষণীয় সফলতা অৰ্জন কৰিছে।

সৌৰ শক্তি উৎপাদনৰ ক্ষেত্ৰত আগৰণুৱা বিশ্বৰ পাঁচ খন শীৰ্ষ দেশৰ ভিতৰত ভাৰতো এখন হিচাবে পৰিগণিত হৈছে।

এছিয়াৰ সৰ্ববৃহৎ সৌৰ শক্তি প্ৰকল্প ৰেৱা সৌৰ শক্তি প্ৰকল্পত আছে মুঠ ৩ টা ইউনিট। প্ৰতিটো ইউনিটৰ উৎপাদন ক্ষমতা হৈছে ২৫০ মেগাৱাট।

ৰেৱা আল্ট্ৰা মেগা ছ’লাৰ পাৱাৰ লিমিটেডে ছ’লাৰ এনাৰ্জী ক’ৰ্পৰেছন অৱ ইণ্ডিয়াৰ সৈতে লগ লাগি এই প্ৰকল্প সাজি উলিয়াইছে।

মধ্যপ্ৰদেশৰ উৰ্জা বিকাশ নিগম লিমিটেডেও এই ক্ষেত্ৰত সহায় কৰিছে। কেন্দ্ৰীয় চৰকাৰে এছিয়াৰ সৰ্ববৃহৎ সৌৰ শক্তি প্ৰকল্প ৰেৱা সৌৰ শক্তি প্ৰকল্প নিৰ্মাণৰ বাবে আগবঢ়াইছে ১৩৮ কোটি টকা।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd