• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ ৰাজধানী দিল্লীত প্ৰধান মন্ত্ৰী মোদীৰ ভতিজীৰ হাতৰ পৰাই দুৰ্বৃত্তই কাঢ়ি নিলে বেগ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 13, 2019 10:05 am
nice

ঘটনাৰ বলি প্ৰধান মন্ত্ৰী মোদীৰ ভতিজী দময়ন্তী বেন মোদী। ফটো : ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত এইবাৰ দুস্কৃতিকাৰীৰ চিকাৰ হ’ল স্বয়ং প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভতিজী ছোৱালী।

ঘটনাটোক কেন্দ্ৰ কৰি প্ৰশাসনিক মহলত তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে। তদুপৰি, ঘটনাস্থলী দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহৰ কাষত হোৱাৰ বাবে বিতৰ্কই অধিক মাত্ৰা লাভ কৰিছে।

স্থানীয় সূত্ৰই জানিব দিয়া মতে নৰেন্দ্ৰ মোদীৰ ভাতৃ প্ৰহ্লাদ ভাই মোদীৰ কন্যা দময়ন্তী বেন মোদীয়ে শনিবাৰে ৰাতিপুৱাই পঞ্জাৱৰ অমৃতসৰৰ পৰা দিল্লীলৈ আহিছিল।

চিভিল লাইন অঞ্চলত অৱস্থিত গুজৰাটী সমাজ ভৱনত এটা কোঠাও তেওঁৰ নামত বুক কৰি ৰখা হৈছিল।

গুজৰাটী সমাজ ভৱনৰ গেইটৰ বাহিৰত গাড়ীৰ পৰা নামি ভিতৰলৈ সোমাবলৈ ধৰাৰ সময়তে তেওঁক লক্ষ্য কৰি দুজন দুস্কৃতিকাৰীয়ে চোচা লয়।

বাইকত অহা দুস্কৃতিকাৰী দুজনে তেওঁৰ হাতত থকা বেগটো কাঢ়ি লৈ পলাই যায়। ঘটনাৰ পাছতেই চিভিল লাইন অঞ্চলত থকা আৰক্ষী থানালৈ গৈ প্ৰধান মন্ত্ৰীৰ ভতিজীয়ে অভিযোগ দাখিল কৰে।

দময়ন্তী বেন মোদীয়ে অভিযোগ কৰে যে গুজৰাটী সমাজ ভৱনৰ গেইটৰ ভিতৰলৈ সোমাব ধৰাৰ সময়তে বাইকত অহা দুজন দুস্কৃতিকাৰীয়ে তেওঁৰ হাতৰ পৰা বেগটো কাঢ়ি লৈ যায়।

বেগখনত নগদ ৫৬,০০০ টকা, দুটা মোবাইল ফোন আৰু কিছুমান গুৰুত্বপূৰ্ণ নথিপত্ৰ আছিল। নথিপত্ৰ হেৰুওৱাৰ বাবেই তেওঁ শনিবাৰে সন্ধিয়া বিমানত উভতি যাব নোৱাৰিলে।

শেহতীয়াকৈ দিল্লীত পথচাৰীৰ পৰা বেগ কাঢ়ি নিয়া, মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিয়াকে ধৰি ৰাজধানী চহৰখনত দুস্কৃতিকাৰীৰ উপদ্ৰৱ বৃদ্ধি পাইছে।

এতিয়া প্ৰশ্ন উঠিছে, যদি দেশৰ প্ৰধান মন্ত্ৰীৰ ভতিজীৰেই এনে অৱস্থা হয় তেনেহ’লে বাকী সাধাৰণৰ নাগৰিকৰ কি হ’ব?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd