• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খালি ভৰিৰে মাতৃৰ মৃতদেহ কান্ধত তুলি শ্মশানলৈ নিলে প্ৰধানমন্ত্ৰী মোডীয়ে; কৰিলে মুখাগ্নি

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 30, 2022 11:29 am
খালি ভৰিৰে মাতৃৰ মৃতদেহ কান্ধত তুলি শ্মশানলৈ নিলে প্ৰধানমন্ত্ৰী মোডীয়ে; কৰিলে মুখাগ্নি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

PM Modi performs last rites of his mother প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মাতৃৰ মৃতদেহ খালি ভৰিৰে কান্ধত লৈ শ্মশানলৈ নিয়ে। প্ৰধানমন্ত্ৰীয়ে পৃথিৱীৰ নিয়ম অনুসৰি ইহজগতৰ পৰা বিদায় লোৱা মাতৃৰ মৃতদেহ গান্ধীনগৰৰ শ্মশানত মুখাগ্নি কৰি জ্বলাই দিয়ে।

প্ৰধানমন্ত্ৰীৰ মাতৃ হীৰাবেনক বুধবাৰে আহমেদাবাদৰ ইউ এন মেহতা ইনষ্টিটিউট অৱ কাৰ্ডিঅ’লজী এণ্ড ৰিচাৰ্ছ চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল। বৃহস্পতিবাৰে আবেলিও তেওঁৰ শাৰীৰিক অৱস্থা উন্নত হোৱাৰ খবৰ পোৱা গৈছিল। আনকি চিকিৎসালয়ৰ পৰা অব্যাহতি পোৱাৰ কথাও আলোচনা হৈছিল।

লগতে পঢ়ক: ১০০ বছৰত প্ৰয়াত হীৰাবেন মোদী; মাতৃহাৰা হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

চিকিৎসালয়খনে ইয়াৰ চিকিৎসা বুলেটিনত শুকুৰবাৰে পুৱা ৩.৩০ বজাত মোডীৰ মাতৃয়ে শেষ নিশ্বাস ত্যাগ কৰাৰ কথা সদৰী কৰে।

মাতৃৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে মোডী দিল্লীৰ পৰা আহমেদাবাদ বিমানবন্দৰলৈ আহে। তাৰ পিছত তেওঁ পোনপটীয়াকৈ তেওঁৰ সৰু ভায়েক পংকজৰ ঘৰলৈ যায়। মোডীৰ মাকৰ মৃতদেহ তাত ৰখা হৈছিল। প্ৰধানমন্ত্ৰীয়ে চৰণত প্ৰণাম কৰি ফুলেৰে মাকক শেষ শ্ৰদ্ধা জনায়। তাৰ পিছতে তেওঁ তেওঁৰ ভাতৃসকলৰ সৈতে মাকৰ মৃতদেহটো কান্ধত লৈ শ্মশানলৈ যায়।

প্ৰধানমন্ত্ৰীৰ মাতৃৰ মৃতদেহ গান্ধীনগৰৰ শ্মশানলৈ অনা হয়। হিন্দু শাস্ত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰীৰ মাতৃৰ অন্ত্যেষ্টিক্ৰিয়া সকলো নিয়ম আৰু ৰীতি-নীতি অনুসৰি সম্পন্ন কৰা হয়। মোডীয়ে তেওঁৰ মাতৃৰ মুখাগ্নি কৰে। জুই জ্বলাৰ পিছতো মোডী চিতাৰ সন্মুখত থিয় হৈ আছিল। চকুৰে বৈ আহিব খোজা চকুপানী খিনি বৰ কষ্টেৰে ধৰি ৰাখিছিল।

লগতে পঢ়ক:ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ক্ৰিকেটাৰ ঋষভ পন্ট; হাস্পাতালত ভৰ্তি

জানিব পৰা মতে, মোডী বৰ্তমান গান্ধীনগৰতে থাকিব। তেওঁৰ পৰিয়ালেও সকলোকে তেওঁলোকৰ নিৰ্ধাৰিত পৰিকল্পনা অনুসৰি কাম কৰিবলৈ আৰু প্ৰধানমন্ত্ৰীৰ মাতৃক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আহ্বান জনাইছে। আজি মোডীয়ে গুজৰাটৰ পৰা ভাৰ্চুৱেলি কলকাতাত কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অচিৰেই কার্যকৰী হ’ব গ্ৰাহকৰ ব্যক্তিগত তথ্য সুৰক্ষাৰ আইন! শ্বপিং মলসমূহত এতিয়াৰ পৰা সুধিব নোৱাৰিব গ্ৰাহকৰ মোবাইল নম্বৰ

অচিৰেই কার্যকৰী হ’ব গ্ৰাহকৰ ব্যক্তিগত তথ্য সুৰক্ষাৰ আইন! শ্বপিং মলসমূহত এতিয়াৰ পৰা সুধিব নোৱাৰিব গ্ৰাহকৰ মোবাইল নম্বৰ

August 28, 2025 12:52 pm
৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

August 28, 2025 12:31 pm
ভাৰতীয় সেনাৰ বৃহৎ সফলতা: জম্মু-কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত ২ সন্ত্ৰাসবাদী

ভাৰতীয় সেনাৰ বৃহৎ সফলতা: জম্মু-কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত ২ সন্ত্ৰাসবাদী

August 28, 2025 12:08 pm
NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

August 28, 2025 11:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অচিৰেই কার্যকৰী হ’ব গ্ৰাহকৰ ব্যক্তিগত তথ্য সুৰক্ষাৰ আইন! শ্বপিং মলসমূহত এতিয়াৰ পৰা সুধিব নোৱাৰিব গ্ৰাহকৰ মোবাইল নম্বৰ

অচিৰেই কার্যকৰী হ’ব গ্ৰাহকৰ ব্যক্তিগত তথ্য সুৰক্ষাৰ আইন! শ্বপিং মলসমূহত এতিয়াৰ পৰা সুধিব নোৱাৰিব গ্ৰাহকৰ মোবাইল নম্বৰ

August 28, 2025 12:52 pm
৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

August 28, 2025 12:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd