• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খালি ভৰিৰে মাতৃৰ মৃতদেহ কান্ধত তুলি শ্মশানলৈ নিলে প্ৰধানমন্ত্ৰী মোডীয়ে; কৰিলে মুখাগ্নি

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 30, 2022 11:29 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

PM Modi performs last rites of his mother প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মাতৃৰ মৃতদেহ খালি ভৰিৰে কান্ধত লৈ শ্মশানলৈ নিয়ে। প্ৰধানমন্ত্ৰীয়ে পৃথিৱীৰ নিয়ম অনুসৰি ইহজগতৰ পৰা বিদায় লোৱা মাতৃৰ মৃতদেহ গান্ধীনগৰৰ শ্মশানত মুখাগ্নি কৰি জ্বলাই দিয়ে।

প্ৰধানমন্ত্ৰীৰ মাতৃ হীৰাবেনক বুধবাৰে আহমেদাবাদৰ ইউ এন মেহতা ইনষ্টিটিউট অৱ কাৰ্ডিঅ’লজী এণ্ড ৰিচাৰ্ছ চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল। বৃহস্পতিবাৰে আবেলিও তেওঁৰ শাৰীৰিক অৱস্থা উন্নত হোৱাৰ খবৰ পোৱা গৈছিল। আনকি চিকিৎসালয়ৰ পৰা অব্যাহতি পোৱাৰ কথাও আলোচনা হৈছিল।

লগতে পঢ়ক: ১০০ বছৰত প্ৰয়াত হীৰাবেন মোদী; মাতৃহাৰা হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Apply Now

চিকিৎসালয়খনে ইয়াৰ চিকিৎসা বুলেটিনত শুকুৰবাৰে পুৱা ৩.৩০ বজাত মোডীৰ মাতৃয়ে শেষ নিশ্বাস ত্যাগ কৰাৰ কথা সদৰী কৰে।

মাতৃৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে মোডী দিল্লীৰ পৰা আহমেদাবাদ বিমানবন্দৰলৈ আহে। তাৰ পিছত তেওঁ পোনপটীয়াকৈ তেওঁৰ সৰু ভায়েক পংকজৰ ঘৰলৈ যায়। মোডীৰ মাকৰ মৃতদেহ তাত ৰখা হৈছিল। প্ৰধানমন্ত্ৰীয়ে চৰণত প্ৰণাম কৰি ফুলেৰে মাকক শেষ শ্ৰদ্ধা জনায়। তাৰ পিছতে তেওঁ তেওঁৰ ভাতৃসকলৰ সৈতে মাকৰ মৃতদেহটো কান্ধত লৈ শ্মশানলৈ যায়।

প্ৰধানমন্ত্ৰীৰ মাতৃৰ মৃতদেহ গান্ধীনগৰৰ শ্মশানলৈ অনা হয়। হিন্দু শাস্ত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰীৰ মাতৃৰ অন্ত্যেষ্টিক্ৰিয়া সকলো নিয়ম আৰু ৰীতি-নীতি অনুসৰি সম্পন্ন কৰা হয়। মোডীয়ে তেওঁৰ মাতৃৰ মুখাগ্নি কৰে। জুই জ্বলাৰ পিছতো মোডী চিতাৰ সন্মুখত থিয় হৈ আছিল। চকুৰে বৈ আহিব খোজা চকুপানী খিনি বৰ কষ্টেৰে ধৰি ৰাখিছিল।

লগতে পঢ়ক:ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ক্ৰিকেটাৰ ঋষভ পন্ট; হাস্পাতালত ভৰ্তি

জানিব পৰা মতে, মোডী বৰ্তমান গান্ধীনগৰতে থাকিব। তেওঁৰ পৰিয়ালেও সকলোকে তেওঁলোকৰ নিৰ্ধাৰিত পৰিকল্পনা অনুসৰি কাম কৰিবলৈ আৰু প্ৰধানমন্ত্ৰীৰ মাতৃক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আহ্বান জনাইছে। আজি মোডীয়ে গুজৰাটৰ পৰা ভাৰ্চুৱেলি কলকাতাত কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd