• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জিভা পিছলিল মোদীৰ: ‘প্ৰাইম মিনিষ্টাৰ অৱ মিম্’! সামাজিক মাধ্যমত হাস্যৰসৰ জোৱাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2022 7:00 pm
Beti Bachao Beti Patao
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেটি বাচাও বেটি পাটাও! এইবাৰ এইষাৰ কি ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! অৰ্থাৎ কন্যা বচোৱা কন্যা পটোৱা! এনেদৰে পুনৰ জিভা পিচলিল মোদীৰ! এই লৈ সম্প্ৰতি সামাজিক মাধ্যমত চৰ্চা চলিব ধৰিছে।

প্ৰধানমন্ত্ৰীৰ এই জিভা পিচল খোৱা কাণ্ডটো সংঘটিত হয় “আজাদী কা অমৃত মহোৎসৱ’’ৱৰ এটা চৰকাৰী কাৰ্যসূচীত। উক্ত কাৰ্যসূচীটোত নতুন কাৰ্যক্ৰম আৰু আঁচনিৰো তেওঁ শুভাৰম্ভণি কৰে। নিজৰ ভাষণত তেওঁ ভাৰতীয় নাৰীৰ গৰিমাৰ বিষয়ে উল্লেখ কৰে।

প্ৰসংগক্ৰমে তেওঁ “বেটি বাচাও বেটি পাঢ়াও’ আঁচনিখনৰ প্ৰসংগ টানি আনে। কিন্তু আঁচনিখন উল্লেখ কৰিবলৈ যাওঁতে জিভা পিচল খায় প্ৰধানমন্ত্ৰীৰ। ‘বেটি পঢ়াও’ৰ সলনি তেওঁৰ মুখেৰে উচ্চাৰিত হয় ‘বেটি পাটাও’হে!

অৱশ্যে জিভা পিচল খাই এনেদৰে অপ্ৰত্যাশিত শব্দ মুখেৰে নিগৰাটো কোনো অস্বাভাৱিক কথা নহয়। যিকোনো লোকৰে এইধৰণৰ অৱস্থা হ’ব পাৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো মাজে-সময়ে এই অৱস্থা হৈ আহিছে। সেয়া প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডণাল্ড ট্ৰাম্পক “ডলাণ্ড ট্ৰাম্প’ কোৱাই হওক, অথবা বিশ্ববিখ্যাত শিল্পী লিঅ’নাৰ্ড ড্যা ভিন্সিক “নিউলাৰ্ড’ ড্যা ভিন্সি’ বুলি কোৱা হওক!

কিন্তু দেশৰ কন্যাশিশুৰ স’তে জড়িত একোটা কথাত এইদৰে মোদীৰ জিভা পিচল খোৱাটো সহজভাৱে ল’ব পৰা নাই বহুজনে। বিশ্বৰ এজন আগশাৰীৰ নেতা বুলি জাহিৰ কৰি অহা প্ৰধানমন্ত্ৰীয়ে যদি হিন্দী ভাষাৰ “পঢ়াও’ শব্দটো “পটাও’ বুলি কয়, তেনেহ’লে কি বুজিব লাগিব।

নৰেন্দ্ৰ মোদী এজন গুজৰাটী লোক। গুজৰাটী ভাষাৰ উচ্চাৰণ হিন্দীতকৈ পৃথক। মোদীৰ হিন্দী উচ্চাৰণো সেয়ে কিছু পৃথক হ’ব পাৰে। কিন্তু পঢ়াও শব্দটো পটাও বুলি কোনো গুজৰাটী, মাৰোৱাৰী অথবা অন্যান্য হিন্দী উপভাষাসমূহত নকয়।

ৰাষ্ট্ৰীয় টেলিভিচন চেনেলটোত প্ৰকাশ পোৱা মোদীৰ ভাষণৰ উক্ত ফুটেজটো কোনো সম্পাদিত ভিডিঅ’ও নহয়। ই সম্পূৰ্ণ অ’ৰিজিনেল ভিডিঅ’। উক্ত ভাষণটোত মোদীয় টেলিপ্ৰম্পটাৰ ব্যৱহাৰো কৰিছিলেনে নাই, সেই বিষয়ে জনা নাযায়।

কিন্তু যদি টেলিপ্ৰম্পটাৰ ব্যৱহাৰ নকৰাকৈ ভাষণটো প্ৰদান কৰিছে, তেন্তে প্ৰশ্ন উঠিছে যে টেলিপ্ৰম্পটাৰ নোহোৱাকৈ সঁচাকৈয়ে মোদীয়ে একোৱেই ক’ব নোৱাৰে নেকি?

সামাজিক মাধ্যমত বৰ্তমান ভাইৰেল হৈ পৰিছে মোদীৰ বক্তব্যৰ এই ক্ষুদ্ৰ অংশটি। ভিডিঅ’টো প্ৰকাৰ কৰাৰ পাছতেই বহুলোকে মোদীক ‘প্ৰাইম মিনিষ্টাৰ অৱ মিম্’ বুলিও বিদ্ৰুপ কৰিছে।

আনহাতে, আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে এনেধৰণৰ- মনঃস্তাত্বিক বিশ্লষণসমূহে কয় যে জিভা পিচল খাই উলোৱা অপ্ৰত্যাশিত শব্দবোৰে মানুহৰ অৱচেতন মনৰ চিন্তাসমূহক প্ৰকাশ কৰে! সেই অনুসৰি ‘বেটী পঢ়াও’ৰ সলনি ‘বেটী পটাও’ শব্দটোৱে কি সূচাইছে!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

September 19, 2025 9:40 am
ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

September 19, 2025 9:19 am
বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

September 19, 2025 9:40 am
ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

September 19, 2025 9:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd