• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাক ভোট দিলে নৰেন্দ্ৰ মোডীৰ পত্নী যশোদাবেনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 6, 2022 12:25 pm
কাক ভোট দিলে নৰেন্দ্ৰ মোডীৰ পত্নী যশোদাবেনে?

যশোদাবেন। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰত্যেক বাৰেই গুজৰাটৰ লোক সভা আৰু বিধান সভাৰ নিৰ্বাচনত ভোটদান কৰি আহিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পত্নী যশোদাবেনে। এইবাৰো চলিত বিধানসভাৰ নিৰ্বাচনত গুজৰাটৰ মেহছানা জিলাৰ উঞ্জাৰত ভোটদান কৰে যশোদাবেনে।

গুজৰাটত যোৱা সোমবাৰে অনুষ্ঠিত হয় গুজৰাট বিধান সভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। বিয়লি প্ৰায় ১২:৩০ বজাত নিজৰ আত্মীয়ৰ সৈতে স্থানীয় ৰঘুভাই সভা পৰমা প্ৰাথমিক প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰে প্ৰধানমন্ত্ৰীৰ পত্নীগৰাকীয়ে।

লগতে পঢ়ক: কলেজীয়া দিনত হাত খৰচ উলিয়াবলৈ কি কাম কৰিছিল দেশৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে? জনালে নিজেই

তাৰ পৰা উভতি অহাৰ পাছত যশোদাবেনে সাংবাদিকসকলৰ সৈতে কথা পাতে। কাক ভোট দিলে এই প্ৰশ্নৰ প্ৰত্যক্ষ উত্তৰ সাৱধানে এৰাই চলি যশোদাই হাঁহি হাঁহি সহজভাৱে ক’লে, “মই কাক ভোট দিলোঁ? মই প্ৰতিবাৰেই ভোট দিওঁ। গতিকে মই আকৌ ভোট দিলোঁ। সকলোৰে ভাল হ’বৰ বাবে।”

২০১৯ চনৰ লোকসভা নিৰ্বাচনতো তেওঁ ভোটদান কৰিছিল। নিৰ্বাচনৰ ফলাফলৰ দিনা তেওঁ প্ৰাৰ্থনাৰ বাবে অম্বাজী মাতা মন্দিৰলৈ যোৱা দেখিবলৈ পোৱা গৈছিল। সেই সময়ত তেওঁ সাংবাদিকক কৈছিল যে মোডীৰ নেতৃত্বত তিনিশৰো অধিক আসন লৈ বিজেপিয়ে কেন্দ্ৰত ক্ষমতালৈ আহিব বুলি তেওঁ প্ৰাৰ্থনা কৰিছিল।

উল্লেখ্য যে বিগত লোকসভা নিৰ্বাচনত বিজেপিয়ে অকলেই ৩০৩খন আসন লাভ কৰিছিল।

লগতে পঢ়ক: ছাত্ৰীক দুবছৰ ধৰি ধৰ্ষণ শিক্ষকৰ! মুখ খুলিলে গোটেই পৰিয়ালকে শেষ কৰি দিয়াৰ ভাবুকি

এতিয়া মূল কথাটো হ’ল যে মুখেৰে নকলেও নিশ্চিতভাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পত্নী যশোদাবেনে বিজেপি দলৰ প্ৰাৰ্থীকেই যে ভোট দান কৰিছে সেয়া খাটাং! 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাঞ্চল্যকৰ ঘটনা! ৰে’লৰ শৌচাগাৰত উদ্ধাৰ শিশুৰ মৃতদেহ

চাঞ্চল্যকৰ ঘটনা! ৰে’লৰ শৌচাগাৰত উদ্ধাৰ শিশুৰ মৃতদেহ

August 23, 2025 5:51 pm
অসমৰ ঘাইপথসমূহ ঠিক নোহোৱালৈকে টোল সংগ্ৰহ বন্ধ কৰাৰ দাবী গৌৰৱ গগৈৰ

অসমৰ ঘাইপথসমূহ ঠিক নোহোৱালৈকে টোল সংগ্ৰহ বন্ধ কৰাৰ দাবী গৌৰৱ গগৈৰ

August 23, 2025 5:17 pm
গোলাঘাটৰ উচ্ছেদ অভিযানত সাময়িক স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

গোলাঘাটৰ উচ্ছেদ অভিযানত সাময়িক স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

August 23, 2025 4:39 pm
ব্যক্তিগতকৰণৰ ফচল! ১ লাখৰো অধিক কৰ্মচাৰীয়ে হেৰুৱালে চৰকাৰী চাকৰি; স্বীকাৰ কৰিলে কেন্দ্ৰই

ব্যক্তিগতকৰণৰ ফচল! ১ লাখৰো অধিক কৰ্মচাৰীয়ে হেৰুৱালে চৰকাৰী চাকৰি; স্বীকাৰ কৰিলে কেন্দ্ৰই

August 23, 2025 3:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাঞ্চল্যকৰ ঘটনা! ৰে’লৰ শৌচাগাৰত উদ্ধাৰ শিশুৰ মৃতদেহ

চাঞ্চল্যকৰ ঘটনা! ৰে’লৰ শৌচাগাৰত উদ্ধাৰ শিশুৰ মৃতদেহ

August 23, 2025 5:51 pm
অসমৰ ঘাইপথসমূহ ঠিক নোহোৱালৈকে টোল সংগ্ৰহ বন্ধ কৰাৰ দাবী গৌৰৱ গগৈৰ

অসমৰ ঘাইপথসমূহ ঠিক নোহোৱালৈকে টোল সংগ্ৰহ বন্ধ কৰাৰ দাবী গৌৰৱ গগৈৰ

August 23, 2025 5:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd