• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাইলৈ ভাৰতীয সেনাৰ হাতত প্ৰধানমন্ত্ৰী মোদীয়ে তুলি দিব ১১৮ খন দেশীয় ভাবে তৈয়াৰী অৰ্জুন টেংক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 13, 2021 4:25 pm
arjun-tank
274
VIEWS
Share on FacebookShare on Twitter

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এতিয়া ক্ৰমাৎ স্বনিৰ্ভৰশীল হ’বলৈ আগবাঢ়িছে ভাৰত।

সেই মৰ্মে ভাৰত বিভিন্ন অস্ত্ৰ তথা মিছাইল আদি ঘৰুৱা প্ৰযুক্তিৰে প্ৰস্তুত কৰিছে।

কাইলৈ অৰ্থাৎ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সেনাৰ হাতত আনুষ্ঠানিকভাবে অৰ্পণ কৰিব সম্পূৰ্ণ ঘৰুৱা প্ৰযুক্তিৰে সাজি উলিওৱা ১১৮ খন অৰ্জুন টেংক।

আজি প্ৰতিৰক্ষা দপ্তৰৰ এগৰাকী মুখপাত্ৰই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে কাইলৈ চেন্নাইত অনুষ্ঠিত হ’বলগীয়া বিশেষ অনুষ্ঠান প্ৰধানমন্ত্ৰী মোদীয়ে উক্ত টেংক ভাৰতীয় সেনাৰ হাতত তুলি দিব।ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠানৰ মুৰব্বী সতীশ ৰেড্ডীয়ে প্ৰকাশ কৰা মতে  আত্মনিৰ্ভৰ ভাৰতৰ সপোন সাকাৰ কৰাৰ বাবেই মোদীয়ে সেনা বাহিনীক এই টেংক প্ৰদান কৰিব ।

অৰ্জুন টেংক সাজি উলিওৱাৰ ক্ষেত্ৰত ভাৰত আন কোনো দেশৰ পৰা সহায় লোৱা নাই বুলিও তেওঁ মন্তব্য কৰে। উল্লেখ্য ভাৰতীয় সেনাৰ হাতত বৰ্তমান ১ হাজাৰ ১৯৩ খন টি-৯০ বা ভীষ্ম টেংক আছে।

একেদৰে ৮ হাজাৰ ৫২৫ কোটি টকাৰে ভাৰতে ২০০১ চনতে ৰাছিয়াৰ পৰা ক্ৰয় কৰিছিল ৬৫৭ খন টি-৯০ টেংক।

ভাৰতে বৰ্তমান ৰাছিয়াৰ সহযোগত তামিলনাডুৰ অবডি নামৰ অঞ্চলত  ১০০০ খন টি-৯০ টেকং সাজি আছে।

সেনা বাহিনীত অৰ্জুন টেংকৰ অন্তৰ্ভূক্তিয়ে বাহিনীটোক অধিক শক্তিশালী কৰি তুলিব বুলি ভবা হৈছে।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd