• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ মোদী মেজিক : ৩০ মাৰ্চত অসমত নিৰ্বাচনী ৰণশিঙা বজাব প্ৰাধন মন্ত্ৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2019 5:38 pm
narendra modi Union Cabinet approves 5 pc hike in DA for central govt employees
511
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনী প্ৰচাৰ অভিযান চলাবৰ বাবে ৩০ মাৰ্চত অসমলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত আজি এই কথা প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ এগৰাকী কৰ্ম-কৰ্তাই।

অসমত প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আহিবলগীয়া মোদীয়ে তেজপুৰ সমষ্টিৰ গহপুৰত দিনৰ ১২ বজাত আৰু ডিব্ৰুগড় সমষ্টিৰ মৰাণত বিয়লি ৩.২০ বজাত দুখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই দিল্লীলৈ উভতিব।

উল্লেখযোগ্য যে, ১১ এপ্ৰিলত তেজপুৰ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ডিব্ৰুগড়ত বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলীয়ে। তেলীৰ বিৰুদ্ধে  কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে আছে প্ৰাক্তন ড’নাৰ মন্ত্ৰী পৱন সিং ঘাটোৱাৰ।

আনহাতে, তেজপুৰ সমষ্টিত কংগ্ৰেছে প্ৰাক্তন প্ৰশাসনিক বিষয়া এম জি ভি কে ভানুক দলীয় প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে যদিও এতিয়ালৈ বিজেপিয়ে সমষ্টিটোত প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই।

ৰাজ্যিক বিজেপিয়ে ইতিমধ্যে প্ৰাধান মন্ত্ৰীৰ অসম ভ্ৰমণক লৈ তৎপৰ হৈ পৰিছে। নিৰ্বাচনী সভা সফল ভাবে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ ক্ৰতি ৰাখিব বিচৰা নাই ৰাজ্যিক বিজেপি নেতৃত্বই।

Recent News

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

“ভাৰতত আইফোন নবনাব…” এপলৰ চিইঅ’ টিম কুকলৈ ড’নাল্ড ট্ৰাম্পৰ বিশেষ অনুৰোধ, কিন্তু কিয়?

“ভাৰতত আইফোন নবনাব…” এপলৰ চিইঅ’ টিম কুকলৈ ড’নাল্ড ট্ৰাম্পৰ বিশেষ অনুৰোধ, কিন্তু কিয়?

বিজেপি চৰকাৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধীঃ ৰাহুল গান্ধী

বিজেপি চৰকাৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধীঃ ৰাহুল গান্ধী

অসমত বিলুপ্ত হ’ল ৯৪৪টা নিম্ন স্নাতক শিক্ষকৰ পদ! শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসমত বিলুপ্ত হ’ল ৯৪৪টা নিম্ন স্নাতক শিক্ষকৰ পদ! শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd