• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জালত পপৌ, গহপুৰৰ “দুধৰ্ষ চোৰাংচিকাৰী”ৰ ঘৰত বন বিভাগৰ নৈশ অভিযান

উত্তম শইকীয়া by উত্তম শইকীয়া
November 5, 2019 4:23 pm
Poacher arrested in Assam's Gohpur: Forest department

ধৃত পপৌ, লগত অভিযানকাৰী দল। ছবি- নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথ বন সংমণ্ডলৰ অভিযানকাৰী দলে সোমবাৰে নিশা “দুৰ্ধৰ্ষ চোৰাংচিকাৰী” পপৌ ওৰফে পবিত্ৰ কামানক কৰায়ত্ত কৰিছে।

স্থানীয় গহপুৰ আৰক্ষীৰ সহযোগত কামানৰ বালিগাওঁস্থিত ঘৰত চলা অভিযানটোত এটা ৩০৩ ৰাইফলো জব্দ কৰা হৈছে, বন বিষয়াই জনায়।

বন বিভাগৰমতে, তেওঁলোকৰ জেৰাৰ পিছতে কামানে গঁড় হত্যাত ব্যৱহাৰ কৰা বন্দুকটো ঘৰৰ চৌহদত লুকুৱাই থোৱাৰ পৰা উলিয়াই দিয়ে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত একাধিক গঁড় হত্যাত চোৰাংচিকাৰীজন জৰিত থকা বুলি বন বিভাগে প্ৰকাশ কৰিছে।

বিভাগে জনোৱামতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি আৰু গমিৰি বনাঞ্চলত গঁড় হত্যাত কামান জৰিত আছিল।

গঁড় হত্যাৰ উপৰি খৰ্গকে ধৰি ইয়াৰ দেহৰ বিভিন্ন অংগৰ চোৰাং ব্যৱসায়তো কামান জৰিত আছিল বুলিও বিভাগটোৱে জনাইছে।

অধিক তথ্য বাহিৰ কৰাৰ বাবে কামানক সম্প্ৰতি জেৰা চলাই থকা বুলি বন বিভাগে প্ৰকাশ কৰিছে৷

যোৱা ৩০ অক্তোবৰতো গহপুৰৰে আন দুজন “চোৰাংচিকাৰী”ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ দলে বিশেষ টাস্ক ফৰ্চৰ সহযোগত কৰায়ত্ত কৰিছিল।

গহপুৰৰ পৰা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ ৰোহিতাঘাটহৈ বোকাখাতলৈ আহি থকা অৱস্থাত ৰনোজ পেগু আৰু কিৰণ দাস ওৰফে মইনা দাসক কৰায়ত্ত কৰা হৈছিল।

বিভাগৰমতে, দুয়ো ব্যক্তি কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনাৰে আহিছিল।

তেওঁলোকৰ পৰা এটা ৩০৩ ৰাইফল, ৭ জাঁই সক্ৰিয় গুলী, এডাল চাইলেঞ্চাৰ, অচিনাক্ত ৰাসায়নিক দ্ৰব্যৰ বটল, স্ক্ৰু ডাইভাৰ আৰু কেটাপা সদৃশ সঁজুলি জব্দ কৰা হৈছিল।

কিৰণ ওৰফে মইনা দাস কাজিৰঙাত গঁড় হত্যাৰ  সৈতে পূৰ্বৰে পৰাই জড়িত বুলি উল্লেখ কৰি বিভাগে কোৱামতে, পেগু চলিত বৰ্ষৰ জুলাই মাহলৈকে কাজিৰঙাৰ ইটাভেটা বনশিৱিৰত গৃহৰক্ষী হিচাপে কৰ্মৰত আছিল।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm
ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

August 16, 2025 8:30 pm
পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

August 16, 2025 7:37 pm
আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

August 16, 2025 7:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm
ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

August 16, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd