• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গ্ৰন্থমেলাৰ বাকৰিত উন্মোচন হ’ল যুৱকবি কোকিল শইকীয়াৰ কাব্য সংকলন ‘আমি আমাক কি ‎বুলি ক’ম’‎

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 30, 2024 7:44 pm
786
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে গধূলি অসম গ্ৰন্থমেলা, গুৱাহাটীৰ বাকৰিত উন্মোচন হয় যুৱ কবি কোকিল শইকীয়াৰ ‎কাব্য সংকলন ‘আমি আমাক কি বুলি ক’ম’।

গ্ৰন্থমেলাৰ বাকৰিত ভালেকেইজন কবি, গল্পকাৰ আৰু গ্ৰন্থানুৰাগীৰ উপস্থিতিত মুকলি কৰা হয় ‎শইকীয়াৰ কাব্য সংকলনখন। ‎

এই অনানুষ্ঠানিক গ্ৰন্থ উন্মোচনীত উপস্থিত থাকে কবি ‎নীলিম কুমাৰ, হিমাংশু প্ৰসাদ দাস, অংকুৰ ৰঞ্জন ফুকন, নীলাভ সৌৰভ, বন্দনা কৌশিক বৰদলৈ, ৰিপুঞ্জ বৰা, সৃঞ্জনা শৰ্মা, ধন দাস, বিকিয়ান বাইলুং, সাংবাদিক ৰাজেন শৰ্মাকে ধৰি বহুকেইগৰাকী ‎বিশিষ্ট ব্যক্তি।

২০১৫ চনত সাতসৰীত আত্মপ্ৰকাশ কৰা কোকিল শইকীয়াৰ প্ৰথমখন কাব্য সংকলন ‘শুই থকা ‎চহৰখনক জগাই দিয়া’ প্ৰকাশ হৈছিল ২০১৮ চনত। তাৰ ৬ বছৰৰ পাছত আজি কোকিল ‎শইকীয়াৰ ‘আমি আমাক কি বুলি ক’ম’ শীৰ্ষক দ্বিতীয়খন কাব্য সংকলন প্ৰকাশ পায়।

পাঞ্চ্যজন্য বুকছে প্ৰকাশ কৰা এই কবিতা সংকলটিৰ বেটুপাত কৰিছে বিশিষ্ট যুৱ চিত্ৰশিল্পী ‎অনুপম শইকীয়াই। ‎

Recent News

গোৱালাপাৰাৰ পাইকানৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী শাসনৰ চূড়ান্ত নিদৰ্শনঃ ডি ৱাই এফ আই

গোৱালাপাৰাৰ পাইকানৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী শাসনৰ চূড়ান্ত নিদৰ্শনঃ ডি ৱাই এফ আই

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণৰ দাবীত প্ৰতি জিলাৰ আয়ুক্তক দাবী পত্ৰ প্ৰদাল আপৰ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণৰ দাবীত প্ৰতি জিলাৰ আয়ুক্তক দাবী পত্ৰ প্ৰদাল আপৰ

উচ্ছেদৰ নামত ৫৭ হাজাৰ বিঘা মাটি কৰ্প’ৰেটক হস্তান্তৰৰ পৰিকল্পনা: সংখ্যালঘু বসতিপ্রধান ৬,৫০০ বিঘা, জনজাতি বসতিপ্রধান ৫০,৮৩৭ বিঘাত উচ্ছেদ

উচ্ছেদৰ নামত ৫৭ হাজাৰ বিঘা মাটি কৰ্প’ৰেটক হস্তান্তৰৰ পৰিকল্পনা: সংখ্যালঘু বসতিপ্রধান ৬,৫০০ বিঘা, জনজাতি বসতিপ্রধান ৫০,৮৩৭ বিঘাত উচ্ছেদ

পত্নীৰ মোবাইল পাছৱৰ্ড বিচৰাটো ঘৰুৱা হিংসাৰ আওতাত পৰিব পাৰেঃ ছত্তীশগড় উচ্চ ন্যায়ালয়

পত্নীৰ মোবাইল পাছৱৰ্ড বিচৰাটো ঘৰুৱা হিংসাৰ আওতাত পৰিব পাৰেঃ ছত্তীশগড় উচ্চ ন্যায়ালয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd