• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেউৰীগাঁৱৰ পৰা নিশা উৎখাত বৃহৎ জুৱাৰ ঘাটি : ধৃত দুজন জুৱাৰী

ভার্গব হাজৰিকা by ভার্গব হাজৰিকা
November 2, 2019 10:08 am
VideoCapture_20191102-011640

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জুৱাৰী দুজন। ফটো : নৰ্থইষ্ট নাও

5.3k
VIEWS
Share on FacebookShare on Twitter

ক্ৰমশঃ ৰাজ্যত বৃদ্ধি পোৱা সুৰা আৰু জুৱাৰ বেহাই ইতিমধ্যেই এক ভীষণ সামাজিক ব্যাধি ৰূপে দেখা দিছে।

নগাঁও জিলাৰ পুৰণিগুদামৰ দেউৰীগাঁৱতো শুকুৰবাৰে নিশা চামগুৰি আৰক্ষীয়ে চলালে অবৈধ জুৱা বিৰোধী এক ব্যাপক অভিযান।

অভিযানৰ কালছোৱাত আৰক্ষীৰ দলটোৱে এটা বৃহৎ জুৱাৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে জুৱাৰ ঘাটিৰ পৰা জুৱা খেলৰ বহু কেইপদ সামগ্ৰী জব্দ কৰাৰ লগতে দুজন কম বয়সীয়া জুৱাৰীকো কৰায়ত্ব কৰে।

অৱশ্যে মূল অভিযুক্ত অনিল ফুকন নামৰ মাফিয়াটো ঘাটিটোৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

অনিল ফুকন নামৰ মাফিয়াটোৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি অঞ্চলটোত জুৱাৰ এটা বৃহৎ চক্ৰ চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল।

ইফালে ধৃত দুই জুৱাৰী জ্ঞানজোতি শইকীয়া আৰু টিকু ডেকাৰ ওপৰত চামগুৰি আৰক্ষী থানাত আৰক্ষীয়ে চক্ৰটোৰ সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে।

Recent News

বানত উটি গ’ল নেপাল আৰু চীন সংযোগী দলং : ৮ জন নিহত আৰু ১৮ জন নিৰুদ্দেশ

বানত উটি গ’ল নেপাল আৰু চীন সংযোগী দলং : ৮ জন নিহত আৰু ১৮ জন নিৰুদ্দেশ

ছত্তীশগড়ৰ বিজাপুৰত আই ই ডি বিস্ফোৰণত আহত তিনিজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান

ছত্তীশগড়ৰ বিজাপুৰত আই ই ডি বিস্ফোৰণত আহত তিনিজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান

টেক্সাছত ভয়ংকৰ বান : ১০৭ জন লোকৰ মৃত্যু, শতাধিক লোক এতিয়াও নিৰুদ্দেশ

টেক্সাছত ভয়ংকৰ বান : ১০৭ জন লোকৰ মৃত্যু, শতাধিক লোক এতিয়াও নিৰুদ্দেশ

সকলো ভাষাই ৰাষ্ট্ৰভাষা ! বিতৰ্কৰ মাজতে কেন্দ্ৰলৈ পৰামৰ্শমূলক বাৰ্তা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ

সকলো ভাষাই ৰাষ্ট্ৰভাষা ! বিতৰ্কৰ মাজতে কেন্দ্ৰলৈ পৰামৰ্শমূলক বাৰ্তা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd