• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুন্দ্ৰা বন্দৰত প্ৰায় ৩৫০ কোটি টকা মূল্যৰ হেৰোইন জব্দ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
July 13, 2022 4:02 pm
126
VIEWS
Share on FacebookShare on Twitter

পুনৰ নিচাযুক্ত দ্ৰব্য জব্দ হ’ল গুজৰাটৰ মুন্দ্ৰা বন্দৰত। গুজৰাটৰ এটিএছে কচ্ছ জিলাৰ মুন্দ্ৰা বন্দৰৰ ওচৰৰ এটা কন্টেইনাৰৰ পৰা প্ৰায় ৭৫ কিলোগ্ৰাম হেৰোইন জব্দ কৰা হয়। চৰকাৰী ভাবে প্ৰকাশ কৰা তথ্য অনুসৰি এই হেৰোইন খিনিৰ মূল্য ৩৫০ কোটি টকাতকৈও অধিক হ’ব। হেৰোইনৰ সন্ধানত অভিযান এতিয়াও চলি আছে। জব্দ কৰা নিষিদ্ধ হেৰোইনৰ পৰিমাণ আৰু মূল্য বৃদ্ধি হ’ব পাৰে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

এক গোপন সূত্ৰৰ তথ্যৰ আধাৰত এ.টি.এছ.-ৰ এটা দলে এখন জাহাজৰ কণ্টেইনাৰত তন্নতন্ন কৈ তালাচী চলাইছিল। সেই তালাচীৰ সময়তে বৃহৎ পৰিমাণৰ হেৰোইন খিনি জব্দ হয়। জাহাজ খন বিদেশৰ পৰা আহিছিল ।এ.টি.এছ.-এ কাৰ্গোত লুকুৱাই থোৱা প্ৰায় ৭৫ কিলোগ্ৰাম হেৰোইন জব্দ কৰিবলৈ সক্ষম হৈছে যদিও হেৰোইন খিনি কোনে ভাৰতলৈ আনিছিল সেই তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখ্য যোৱা বছৰ ছেপ্টেম্বৰত ডিআৰআইয়ে মুন্দ্ৰা বন্দৰত দুটা কণ্টেইনাৰৰ পৰা প্ৰায় ৩,০০০ কিলোগ্ৰাম হেৰোইন জব্দ কৰিছিল। সেই নিচাযুক্ত দ্ৰব্য খিনি আফগানিস্তানত উৎপন্ন হৈছিল আৰু বিশ্বৰ বজাৰত ইয়াৰ মূল্য প্ৰায় ২১,০০০ কোটি টকা হ’ব বুলি ধাৰণা কৰা হৈছিল। চলিত বছৰৰ মে’ মাহত ডিআৰআইয়ে মুন্দ্ৰা বন্দৰৰ ওচৰৰ এটা কণ্টেইনাৰৰ পৰা প্ৰায় ৫০০ কোটি টকা মূল্যৰ ৫৬ কিলোগ্ৰাম কোকেইন জব্দ কৰিছিল। এপ্ৰিলত ডিআৰআইয়ে কচ্ছৰ কান্দলা বন্দৰৰ ওচৰৰ এটা কণ্টেইনাৰৰ পৰা ১,৪৩৯ কোটি টকাৰ ২০৫.৬ কিলোগ্ৰাম হেৰোইন জব্দ কৰিছিল।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd