• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এ চি এছ, এ পি এছসহ ১৫জন শীৰ্ষ বিষয়াৰ বিৰুদ্ধে শীঘ্ৰে অভিযোগনামা দাখিল কৰিব আৰক্ষীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 1, 2018 8:47 am
scam-alert-stforum-1503070343

প্রতিনিধিত্বমূলক ফটো

119
VIEWS
Share on FacebookShare on Twitter

দুৰ্নীতিৰ লগতে প্ৰৱঞ্চনা, জালিয়াতি, অপহৰণ, হত্যাকে ধৰি বিভিন্ন অপৰাধৰ গোচৰত অভিযুক্ত পাঁচজন এ চি এছ, এ পি এছ আৰু এজন শীৰ্ষ কৰ বিষয়াসহ ১৫জন চৰকাৰী বিষয়াৰ বিৰুদ্ধে আৰক্ষী তথা তদন্তকাৰী সংস্থাই শীঘ্ৰেই অভিযোগনামা দাখিল কৰিব।

জানিব পৰা মতে ১১টা গোচৰত অভিযুক্ত এই বিষয়াসকলৰ বিৰুদ্ধে গৃহ বিভাগে অভিযোগনামা দাখিল তথা মোকৰ্দমা চলাবলৈ তদন্তকাৰী সংস্থাক যাৱতীয় অনুমতি দিয়াৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰিছে।

২০১৩ৰ পৰা ২০১৭ চনৰ ভিতৰত ৰাজ্যৰ বিভিন্ন জিলাত ৰুজু হোৱা এই ১১টা গোচৰৰ অভিযুক্তৰ তালিকাত আছে চাৰিজন অতিৰিক্ত উপাযুক্ত (এ চি এছ), এজন চক্ৰ বিষয়া (এ চি এছ), এজন অতিৰিক্ত আৰক্ষী অধীক্ষক (এ চি এছ), এজন অতিৰিক্ত কৰ আয়ুক্তসহ তিনিজন কৰ বিষয়া, অভিযন্তা, গাণনিক বিষয়া, গ্ৰামসেৱক আদি।

চৰকাৰী কৰ্মচাৰীৰদ্বাৰা ভেটী গ্ৰহণ, প্ৰৱঞ্চনা, জালিয়াতি, ফৌজদাৰী ষড়যন্ত্ৰ, জাল নথি-পত্ৰৰে কাৰোবাৰ বিৰুদ্ধে গোচৰ জপা, বিশ্বাস ভংগ, সম্পত্তিক তথ্য গোপন কৰা, ভূমি বেদখল, অপহৰণ, হত্যা, সাক্ষ্যৰ হৰলুকি আদি বিভিন্ন অভিযোগত এই গোচৰসমূহ ৰুজু কৰা হৈছিল।

ৰাজ্যখনৰ বিভিন্ন থানা আৰু চি আই ডিত ৰুজু হৈ থকা ১১টা গোচৰত অভিযোগনামা দাখিল আৰু মোকৰ্দমাৰ অনুমতি বিচাৰি সংশ্লিষ্ট তদন্তকাৰী বিষয়াই যোৱা জুন আৰু জুলাই মাহত গৃহ বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছিল বুলি এক সূত্ৰই জানিব দিয়ে।

চি আই ডিৰ গোচৰ ক্ৰমে ২৪/২০১৬,৫৪/ ২০১৫, ১৫/২০০৬ আৰু ৮৩/২০১২ৰ লগতে যোৰহাট থানাৰ ৮৭৫/২০১৫, বাঘবৰ থানাৰ ১১/২০১০, দৈয়াংমুখ থানাৰ ৪/২০০৯, শিৱসাগৰ থানাৰ ৩৩১/২০১৭, পেঙেৰী থানাৰ ৪৮/২০০৩ আৰু হাফলং থানাৰ ৪৬/২০০৯ নং গোচৰত অভিযোগনামা দাখিল কৰা মোকৰ্দমা চলোৱাৰ অনুমতি বিচাৰিছে।

আনহাতে, চাৰিলেনৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত অধিগ্ৰহণ কৰা ভূমিৰ বিপৰীতে দিয়া ক্ষতিপূৰণৰ নামত হোৱা বহুকোটি টকীয়া কেলেংকাৰিৰ চি আই ডিত ৰুজু হোৱা গোচৰো ইয়াত আছে।

Recent News

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd