• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিড১৯ত আক্ৰান্ত দৰঙৰ এগৰাকী আৰক্ষী GMCHত মৃত্যু

ময়ুখ গোস্বামী by ময়ুখ গোস্বামী
August 18, 2020 4:08 pm
Story-3-1-750x375
574
VIEWS
Share on FacebookShare on Twitter

দৰঙৰ এগৰাকী আৰক্ষী কোভিড১৯ত আক্ৰান্ত হৈ মৃত্যু হৈছে।

উপেন ডেকা নামৰ ৫৫ বছৰীয়া অসম আৰক্ষীৰ কনিষ্টবল গৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত কোভিড১৯ত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে।

৭৪ সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বে পেৰেড অনুশীলনৰ সময়তে আৰক্ষী কনিষ্টবল গৰাকীৰ শৰীৰত কোভিড১৯ৰ উপস্থিতি ধৰা পৰিছিল।

মৃত ডেকা হৈছে জিলাখনৰ প্ৰথমগৰাকী কোভিড১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা আৰক্ষীৰ লোক।

সোমবাৰে সন্ধিয়া অসম আৰক্ষীৰ শীৰ্ষ বিষয়া মধ্য পশ্চিম অসমৰ ডিআইজি ব্ৰজেনজিৎ সিনহা আৰু জিলাখনৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাই শইকীয়াপাৰাস্থিত দৰং আৰক্ষী ৰিজাৰ্ভত নিহত উপেন ডেকাৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰে।

আনহাতে সোমবাৰৰ দিনটোত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ এগৰাকী চালক দৰঙৰ মিণ্টু শৰ্মাসহ জিলাখনৰ অন্য ৩০ জন লোক কোভিড১৯ত আক্ৰান্ত হৈছে।

জিলা স্বাস্থ্য বিভাগে জনোৱা অনুসৰি জিলাখনত বৰ্তমানলৈকে ২১৪৮ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

ইয়াৰে ৬৮৩ গৰাকী আক্ৰান্ত এতিয়াও চিকিৎসাধীন হৈ আছে আৰু ১৪৫৭ গৰাকী আক্ৰান্তক স্বাস্থ্য বিভাগে ইতিমধ্যে কোভিডমুক্ত বুলি ঘোষণা কৰিছে।

Tags: COVID-19

Recent News

পত্নী আৰু পুত্ৰৰ সৈতে গাড়ীত উদ্ধাৰ ব্যৱসায়ীৰ মৃতদেহ; ৰহস্য উন্মোচনৰ চেষ্টা চলাইছে আৰক্ষীয়ে

পত্নী আৰু পুত্ৰৰ সৈতে গাড়ীত উদ্ধাৰ ব্যৱসায়ীৰ মৃতদেহ; ৰহস্য উন্মোচনৰ চেষ্টা চলাইছে আৰক্ষীয়ে

ছিৰিয়াৰ গীৰ্জাত বোমা বিস্ফোৰণত ২০ জন নিহত, বহু আহত; আক্ৰমণকাৰী সন্দেহয়ুক্ত আই এছ সন্ত্ৰাসবাদী!  

ছিৰিয়াৰ গীৰ্জাত বোমা বিস্ফোৰণত ২০ জন নিহত, বহু আহত; আক্ৰমণকাৰী সন্দেহয়ুক্ত আই এছ সন্ত্ৰাসবাদী!  

হৰমুজ প্ৰণালী বন্ধৰ সিদ্ধান্ত ইৰানৰ! আৰ্থিক সংকট বাঢ়িব বিশ্বত, তেলৰ মূল্যবৃদ্ধিক লৈ উদ্বিগ্ন ভাৰতো

হৰমুজ প্ৰণালী বন্ধৰ সিদ্ধান্ত ইৰানৰ! আৰ্থিক সংকট বাঢ়িব বিশ্বত, তেলৰ মূল্যবৃদ্ধিক লৈ উদ্বিগ্ন ভাৰতো

নিকৃষ্ট ফিল্ডিং! ইংলেণ্ডৰ ৬টা কেচ ড্ৰপ গীল বাহিনীৰ; বুমৰাহৰ মেজিকৰ পিছত ৰাহুলৰ মসৃন ইনিংছ

নিকৃষ্ট ফিল্ডিং! ইংলেণ্ডৰ ৬টা কেচ ড্ৰপ গীল বাহিনীৰ; বুমৰাহৰ মেজিকৰ পিছত ৰাহুলৰ মসৃন ইনিংছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd