দুয়োটা কিডনিয়েই বিকল, সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান দুৰ্ভগীয়া পৰিয়ালৰ

d2

আৰ্থিকভাৱে জুৰুলা দুৰ্ভগীয়া পৰিয়ালটোৰ ব্যক্তি জনৰ নাম গনেশ খাউণ্ড । ঘৰ যোৰহাট জিলাৰ টীয়কৰ বামুনপুখুৰী বৰা গাঁওত ।

ব্যক্তিজনৰ দুয়োটা কিডনি বিকল হৈ পৰাত দীৰ্ঘদিন ধৰি শয্যাশায়ী হৈ আছে ।

চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিছিল যদিও উন্নত চিকিৎসাৰ বাবে গনেশ খাউণ্ডক প্ৰয়োজন হোৱা টকাৰ অভাৱ পৰিয়ালটোৰ ।

সেয়ে দুৰ্ভগীয়া পৰিয়ালটোৱে খাউণ্ডৰ চিকিৎসাৰ বাবে ৰাইজৰ ওচৰত সহায়ৰ বাবে আহ্বান জনোৱাৰ লগতে চৰকাৰৰ ওচৰতো আবেদন জনাইছে ।

ইচ্ছুক ব্যক্তিয়ে আৰ্থিক সহায় কৰিব বিচাৰিলে ভাৰতীয় ষ্টেট বেংকৰ বামুনপুখুৰী শাখাত থকা 33397959287 একাউন্টত আই এফ এচ চি SBIN0009193 ত টকা জমা দিব পাৰিব ।

যোগাযোগৰ বাবে 8812000679 নম্বৰত যোগাযোগ কৰিব পাৰিব ।