• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এ পি ডি চি এলৰ পৰীক্ষা সন্দৰ্ভত মুখ খুলিলে শক্তি মন্ত্ৰী তপন গগৈয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 29, 2019 6:35 pm
তপন কুমাৰ গগৈৰ ফাইল ফটো।

তপন কুমাৰ গগৈৰ ফাইল ফটো।

1.8k
VIEWS
Share on FacebookShare on Twitter

২৮ এপ্ৰিলত ৰাজ্যজুৰি অসম শক্তি বিতৰণ বিভাগৰ তৃতীয় বৰ্গৰ পদৰ নিযুক্তিৰ বাবে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাত চূড়ান্ত বিসংগতি হোৱাৰ অভিযোগ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ শক্তি মন্ত্ৰী তপন গগৈয়ে।

আজি মুখ্য মন্ত্ৰীৰ বাসগৃহত এ পি ডি চি এলৰ নিযুক্তি পৰীক্ষা সন্দৰ্ভত অনু্ষ্ঠিত হোৱা পৰ্য্যালোচনা বৈঠকত শক্তি মন্ত্ৰী গৰাকীয়ে বিভাগটোত নিযুক্তি প্ৰক্ৰিয়া সম্পুৰ্ণ স্বচ্ছ, নিকা আৰু মেধাৰ ভিত্তিত হ’ব বুলি মন্তব্য কৰে।

আনহাতে, চৰকাৰক বিপদত পেলাবৰ বাবে একাংশ দুষ্ট চক্ৰই ষড়যন্ত্ৰ ৰচনা কৰি এনেধৰণৰ বিভ্ৰান্তিকৰ পৰিবেশৰ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। ইতিমধ্যে পৰীক্ষাৰ নিয়োগ ব্যৱস্থাক লক্ষ্য কৰি অপ্ৰীতিকৰ আৰু অবিশ্বাসৰ পৰিবেশ তৈয়াৰ কৰিব বিচৰা ৮ জন লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে, দুৰ্নীতিৰ ক্ষেত্ৰত সদায় শূন্য সহনশীল নীতি গ্ৰহণ কৰি অহা বুলি মন্তব্য কৰা মুখ্য মন্ত্ৰী সোণোৱালে এ পি ডি চি এলৰ পৰীক্ষা সন্দৰ্ভত কোনোধৰণৰ মন্তব্য নকৰিলে।

মুখ্য মন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত বৈঠকত মুখ্য মন্ত্ৰী, শক্তি মন্ত্ৰী তপন গগৈৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু মুখ্য সচিব আলোক কুমাৰ উপস্থিত থাকে।

উল্লেখযোগ্য যে, ২৮ এপ্ৰিলত অনুষ্ঠিত হোৱা পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কেইমিনিট মান পাছতে হোৱাটছ এপ গ্ৰুপত ভাইৰেল হৈছিল। নগাঁও জিলাৰ এটা পৰীক্ষা কেন্দ্ৰত নিৰীক্ষকে বিশেষ পৰিক্ষাৰ্থীক সহায় কৰাৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল।

Recent News

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd