• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেৰিবিয়ান টি-২০ লীগ খেলা প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হৈ পৰিল টাম্বে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 28, 2020 10:13 am
350
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে মুম্বাইৰ প্ৰাক্তন স্পিনাৰ প্ৰবীণ টাম্বে হৈ পৰিল কেৰিবিয়ান প্ৰিমিয়াৰ লীগ খেলা একমাত্ৰ ভাৰতীয় ক্ৰিকেটাৰ।

প্ৰথম শ্ৰেণী ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা ৪৮ বছৰীয়া টাম্বেই চেইণ্ট লুচিয়াৰ বিৰুদ্ধে খেলি এই বিৰল কৃতিত্ব অৰ্জন কৰে।

ট্ৰিনবাগো নাইট ৰাইডাৰ্ছৰ হৈ চুক্তিবদ্ধ হোৱা টাম্বে মেচখনত সুনীল নাৰায়ণৰ ঠাইত খেলে আৰু মেচৰ শেষত যথেষ্ট উৎফুল্লিত বুলি মন্তব্য প্ৰদান কৰে।

উল্লেখ্য যে, ভাৰতৰ হৈ ১৯ অনূৰ্ধ্ব খেলা চানি চোহেলে ২০১৮ চনত বাৰবাদোজ ট্ৰাইডেণ্টছৰ হৈ চি পি এল খেলিছিল যদিও তেওঁ আমেৰিকাৰ নাগৰিক হিচাপে চুক্তিবদ্ধ হৈছিল।

১৮ আগষ্টৰ পৰা ১০ ছেপ্তেম্বৰলৈকে চলিব লগা টুৰ্ণামেণ্টখনত খেলুৱৈ তথা আয়োজকক ক’ভিড-১৯ৰ পৰা সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত মেচসমূহ বিনা দৰ্শকেৰে অনুষ্ঠিত কৰিছে।

উল্লেখ্য যে প্ৰবীণ টাম্বেই ৪১ বছৰ বয়সত আই পি এলত পদাৰ্পণ কৰি সবাটোকৈ বয়সীয়াল ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছিল। তেওঁ আই পি এলত ৩৩ খন মেচত অংশ লৈ ২৮ টা উইকেট দখল কৰিছিল।

Recent News

অনিল আম্বানীৰ ৩ হাজাৰ কোটিৰ ঋণ জালিয়াতিৰ গোচৰত প্ৰথমজন ব্যক্তিক গ্ৰেপ্তাৰ

অনিল আম্বানীৰ ৩ হাজাৰ কোটিৰ ঋণ জালিয়াতিৰ গোচৰত প্ৰথমজন ব্যক্তিক গ্ৰেপ্তাৰ

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল পাকিস্তান! প্ৰাণ হেৰুৱালে ৫টাকৈ শিশুৱে

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল পাকিস্তান! প্ৰাণ হেৰুৱালে ৫টাকৈ শিশুৱে

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত ৰাজ্য চৰকাৰৰ প্ৰৱঞ্চনাক তীব্ৰ গৰিহণা প্ৰদেশ কংগ্ৰেছৰ

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত ৰাজ্য চৰকাৰৰ প্ৰৱঞ্চনাক তীব্ৰ গৰিহণা প্ৰদেশ কংগ্ৰেছৰ

গুৱাহাটীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণীঃ মহানগৰবাসীক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ বতৰ বিজ্ঞান বিভাগৰ

গুৱাহাটীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণীঃ মহানগৰবাসীক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ বতৰ বিজ্ঞান বিভাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd