• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টুইটাৰ ব্যৱহাৰ কৰি ৰাষ্ট্ৰ বিৰোধী প্ৰচাৰ! চৌদি অধ্যাপকক মৃত্যুদণ্ডৰ ৰায় আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 16, 2023 4:44 pm
আৱাদ আল-কাৰণি।

আৱাদ আল-কাৰণি।

126
VIEWS
Share on FacebookShare on Twitter

চৌদি আৰৱৰ সংস্কাৰবাদী অধ্যাপক আৱাদ আল-কাৰণিক চৌদি আদালতে মৃত্যুদণ্ড প্ৰদান কৰিছে। টুইটাৰ আৰু হোৱাটছএপত ৰাষ্ট্ৰ বিৰোধী সংবাদ প্ৰকাশ কৰাৰ বাবে তেওঁক এইদৰে মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে।

বাতৰি অনুসৰি, চৌদি যুৱৰাজ মহম্মদ বিন ছলমানৰ সমালোচনা কৰাৰ বাবে ২০১৭ চনত ভিন্ন মতাৱলম্বীসকলৰ বিৰুদ্ধে এক বৃহৎ অভিযান আৰম্ভ কৰা হৈছিল। সেই সময়ত আৱাদ আল-কাৰণিক গ্ৰেপ্তাৰ কৰা হৈছিল।

লগতে পঢ়ক: প্ৰাক্তন আফগান মহিলা সাংসদক গুলীয়াই হত্যা; ৰহস্যজনক তথ্য প্ৰকাশ আৰক্ষীৰ

চৌদি ৰাষ্ট্ৰীয় সংবাদমাধ্যমত তেওঁক এগৰাকী ভয়ংকৰ সামাজিক প্ৰভাৱশালী ব্যক্তি হিচাপে চিহ্নিত কৰা কৰা হয়।

কিন্তু চৰকাৰৰ বিৰোধীসকলৰ মতে, আৱাদ আল-কাৰণি এগৰাকী গুৰুত্বপূৰ্ণ আৰু প্ৰসিদ্ধ বুদ্ধিজীৱী। তদুপৰি, তেওঁ ছ’চিয়েল মিডিয়াত এগৰাকী অতি প্ৰভাৱশালী ব্যক্তিত্ব।

লগতে পঢ়ক: ‘ক্ৰিটিকছ চইচ এৱাৰ্ডছ’ত শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰকে ধৰি দুটাকৈ বঁটা লাভ RRRৰ

টুইটাৰত তেওঁৰ ২০ লাখ অনুসৰণকাৰী আছে। চৌদি আৰৱৰ মানৱ অধিকাৰ কৰ্মী আৰু ভিন্ন মতাৱলম্বীসকলে চৰকাৰক এনে ৰায়দানৰ বিৰুদ্ধে সতৰ্ক কৰি দিছে। তেওঁলোকে কয় যে চৰকাৰে চৌদি চৰকাৰৰ সমালোচকসকলৰ ওপৰত কঠোৰ আক্ৰমণ চলাই আছে।

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড: অভিযুক্ত সোণম ৰঘুবংশীৰ ভাতৃৰ নাৰ্কো টেষ্ট দিয়াত সন্মতি

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড: অভিযুক্ত সোণম ৰঘুবংশীৰ ভাতৃৰ নাৰ্কো টেষ্ট দিয়াত সন্মতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd