• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Preity Zinta যমজ সন্তানৰ মাতৃ হ’ল অভিনেত্ৰী প্ৰীতি জিন্টা; শ্বেয়াৰ কৰিলে ৪৬ বছৰত মাতৃ হোৱাৰ অনুভুতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2021 9:05 pm
594
VIEWS
Share on FacebookShare on Twitter

Preity Zinta যমজ সন্তানৰ মাতৃ হ’ল মোহময়ী অভিনেত্ৰী প্ৰীতি জিন্টা। বৃহস্পতিবাৰে ৪৬বছৰ বয়সত অভিনেত্ৰীগৰাকীয়ে মাতৃত্ব লাভ কৰাৰ খৱৰটো ছচিয়েল মিডিয়া যোগে শ্বেয়াৰ কৰিলে প্ৰীতিৰ স্বামী জেন গুডেনাফে।গুডেনাফে টুইটাৰ তথা ইনষ্টাগ্ৰামত এই ভাল খৱৰটো শ্বেয়াৰ কৰি লিখিছে যে ‘আমি যমজ সন্তানৰ অভিভাৱক হ’লো’।

তেওঁ লগতে দুই সন্তানৰ নাম উল্লেখ কৰিছে। ইয়াৰে ল’ৰা সন্তানটিৰ নাম ৰাখিছে জয় জিন্টা গুডেনাফ আৰু আৰু কন্যা সন্তানটিৰ নাম ৰাখিছে জিয়া জিন্টা গুডেনাফ।

প্ৰীতি আৰু তেওঁৰ স্বামীয়ে ছাৰোগেছি অৰ্থাৎ ভাড়াতীয়া মাতৃৰ জৰিয়তেই এই যমজ সন্তান লাভ কৰিছে।  

অভিনেত্ৰীগৰাকীয়ে সকলো চকিৎসক, নাৰ্ছকে যিসকলে ছাৰোগেছিৰ প্ৰক্ৰিয়াত তেওঁলোকক সহায় কৰিছে সকলোকে ধন্যবাদ জনাইছে। প্ৰীতিয়ে লিখিছে, ’’জেন-জিয়া-প্ৰীতি-জয়ৰ ফালৰ পৰা সকলোলৈ বহুত ভালপোৱা থাকিল।‘’

প্ৰীতি জিন্টাই সদায় তেওঁৰ অনুৰাগীসকলক বিভিন্ন সময়ত চমক দি আহিছে। ২০১৬চনৰ ১৯ ফেব্ৰুৱাৰীত হঠাৎ বিয়াৰ খৱৰ দিছিল প্ৰীতিয়ে।

লছ এঞ্জেলেছ নিবাসী জেন গুডেনাফক বিয়া কৰাই প্ৰীতিয়ে মুম্বাই এৰি লছ এঞ্জেলছত গৈ সংসাৰ পাতে।

WhatsApp Image 2021-11-18 at 8.56.35 PM
স্বামী জেন গুডেনাফৰ সৈতে প্ৰীতি জিন্টা।

উল্লেখ্য যে শ্বাহৰুখ খানৰ সৰু পুত্ৰ এব্ৰাহামৰ জন্মও ছাৰোগেছিৰ জৰিয়তে হৈছিল। তুষাৰ কাপোৰো পিতৃ হৈছে ছাৰোগেছিৰ জৰিয়তেই। আনকি ছানী লিয়নিয়েও যমজ সন্তানৰ মাতৃ হৈছে এই পদ্ধতিৰেই।

এই তালিকা বেছ দীঘলীয়া। অভিনেত্ৰী শিল্পা ছেট্টিয়েও তেওঁৰ দ্বিতীয় সন্তান ছামিছাৰ জন্মৰ ক্ষেত্ৰত ছাৰোগেছিৰ সহায় লৈছিল।

প্ৰীতি জিন্টাই ১৯৯৮ চনত মনিৰত্নমৰ দিল ছে ছবিৰ জৰিয়তে বলিউদত প্ৰৱেশ কৰিছিল। তাৰ পাছত ‘কাল হো না হো’, ‘বীৰজৰা’, ‘দিল চাহতা হেয়’, ‘কভি এলবিদা না কেহনা’কে ধৰি বহুকেইখন ছবি উপহাৰ দিছে।  

Recent News

সামূহিক নেতৃত্বত বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ পদক্ষেপে শক্তিশালী কৰিছে ৰেনাৰ্জিৰ দৃষ্টিভংগী

সামূহিক নেতৃত্বত বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ পদক্ষেপে শক্তিশালী কৰিছে ৰেনাৰ্জিৰ দৃষ্টিভংগী

কোনো ৰেহাই নাই! ইজৰাইলৰ নৌসেনাই আটক কৰিলে গ্ৰেটা থুনবাৰ্গসহ পেলেষ্টাইনমুখী সাহায্যবাহী নাও

কোনো ৰেহাই নাই! ইজৰাইলৰ নৌসেনাই আটক কৰিলে গ্ৰেটা থুনবাৰ্গসহ পেলেষ্টাইনমুখী সাহায্যবাহী নাও

জি এছ টি পৰ্টেলৰ তথ্য মুকলি বজাৰত, ৩ৰ পৰা ১৫ হাজাৰ টকাত বিক্ৰী; অভিযোগক লৈ উদাসীন কেন্দ্ৰ

জি এছ টি পৰ্টেলৰ তথ্য মুকলি বজাৰত, ৩ৰ পৰা ১৫ হাজাৰ টকাত বিক্ৰী; অভিযোগক লৈ উদাসীন কেন্দ্ৰ

হানিমুনত স্বামীক হত্যাৰ ষড়যন্ত্ৰ সোণমৰে! মেঘালয়ৰ ঘটনাত নতুন চাঞ্চল্য; আৰক্ষীৰ জালত পত্নীসহ ৪জন

হানিমুনত স্বামীক হত্যাৰ ষড়যন্ত্ৰ সোণমৰে! মেঘালয়ৰ ঘটনাত নতুন চাঞ্চল্য; আৰক্ষীৰ জালত পত্নীসহ ৪জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd