• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱৰ পুৰণিগুদামত ঐতিহাসিক কাঠৰ দুৰ্গা প্ৰতিমাৰে পূজা উদযাপনৰ ব্যাপক প্ৰস্তুতি

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
September 27, 2019 11:11 am
VideoCapture_20190927-090340

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ পুৰণিগুদামতো চলিছে দুৰ্গোৎসৱৰ ব্যাপক প্ৰস্তুতি।

১৯০১ চনতে স্থানীয় শিল্পী লেশধৰ শৰ্মা ওৰফে লেৰেলা খনিকৰে বাৰিৰ বেল গছৰ কাঠৰে নিৰ্মাণ কৰা তথা ১১৮ বছৰ গৰকা পুৰণিগুদামৰ ঐতিহাসিক কাঠৰ দুৰ্গা প্ৰতিমা ভাগকো পূজাৰ প্ৰাক্ ক্ষণত ৰং-তুলিকাৰে ন-ৰূপ দিয়াত ব্যস্ত।

বিগত ৩২বছৰৰ দৰে এইবাৰো সেই কামত ব্যস্ত হৈ পৰিছে লেৰেলা খনিকৰৰ আজোনাতি যোগেন শৰ্মা। কেৱল ৰং-তুলিকাৰেই নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ দাতা সকলে প্ৰদান কৰা বিভিন্ন সাজ-সজ্জা, অলংকাৰেৰে বিভূষিত কৰি মা দুৰ্গাক ষষ্ঠী পূজাৰ পূৰ্বে সম্পূৰ্ণৰূপে তৈয়াৰ কৰাত ব্যস্ত শিল্পীগৰাকী।

উল্লেখযোগ্য যে, ১৩৫ বছৰ গৰকা অৰ্থাৎ ১৮৮৫ চনৰ পৰাই পুৰণিগুদামত আৰম্ভ হোৱা পূজাত মা দুৰ্গাৰ মৃন্ময় মূৰ্তি দশমীৰ দিনা কলঙত বিসৰ্জন দিয়াৰ বেদনা সহ্য কৰিব নোৱাৰি লেৰেলা খনিকৰে নিজৰ বাৰিৰ বেল গছৰ কাঠেৰে দুৰ্গা মা মূৰ্তিৰ লগতে আন দেৱ-দেৱী সকলৰ মূৰ্তি নিৰ্মাণ কৰি উলিয়াইছিল।

কিন্তু মহিষাসুৰৰ মূৰ্তি নিৰ্মাণ কৰিবৰ বাবে অভাৱ হৈছিল কাঠৰ। প্ৰবাদ আছে যে সেই সময়ত লেৰেলা খনিকৰে সপোনত কলঙৰে এটুকুৰা কাঠ উটি অহা দেখি পুৱালৈ সঁচাকৈয়ে কাঠ টুকুৰা কলঙৰ ঘাটত থকাৰ উমান পাই সেই স্থানৰ পৰা উদ্ধাৰ কৰি তৈয়াৰ কৰে মহিষাসুৰৰ মূৰ্তি।

ইয়াৰ পিছৰে পৰা অৰ্থাৎ ১৯০১ চনৰ পৰা পুৰণিগুদামত আৰম্ভ হয় ঐতিহাসিক কাঠৰ দুৰ্গা প্ৰতিমাৰে দুৰ্গোৎসৱ উদযাপনৰ পৰম্পৰা।

ইফালে মূৰ্তিৰ লগতে ব্যাপক প্ৰস্তুতি চলিছে মণ্ডপ নিৰ্মাণৰো। স্থানীয় প্ৰায় দহ-বাৰ জনকৈ কলা-কুশলী, ৰাজ মিস্ত্ৰীয়ে পূৰ্ণোদ্যমে অব্যাহত ৰখা মণ্ডপ নিৰ্মাণৰ কাম ষষ্ঠীৰ পূৰ্বেই সম্পূৰ্ণ কৰিব বুলি আশাবাদী তেওঁলোক।

ভাৰ্গব হাজৰিকা

ভাৰ্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd